ডেংগু হৈছে এডিছ মহৰ কামোৰৰ দ্বাৰা বিয়পা সংক্ৰমণ।
28 Sept 2025
TV9 ASSAM
প্ৰাৰম্ভিক লক্ষণসমূহক আওকাণ কৰিলে ৰোগীৰ অৱস্থা দ্ৰুতগতিত বেয়া হ’ব পাৰে।
ডেংগু
এই ভাইৰাজৰ পৰা কেনেকৈ নিজকে ৰক্ষা কৰিব আপুনি জানেনে?
ডেংগু
মহৰ পৰা নিজকে ৰক্ষা কৰিবলৈ সম্পূৰ্ণ হাতৰ কাপোৰ পিন্ধিব।
সাৱধাণতা
খিৰিকী আৰু দুৱাৰত নেট লগাওক।
উপায়
ঘৰৰ ভিতৰত আৰু আশে-পাশে পানী জমা হ’বলৈ নিদিব।
উপায়
জ্বৰ আৰু তেজৰ লগত জড়িত লক্ষণ লক্ষ্য কৰিলে চিকিৎসকৰ সৈতে যোগাযোগ কৰক।
উপায়
ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰক।
উপায়
লগতে পঢ়ক
ৰাজ্যত পুনৰ আৰক্ষীৰ এনকাউণ্টাৰ!
Learn more