বহি নে থিয় হৈ, কিদৰে শিৱলিংগত পানী দিব লাগে জানেনে?

29 June 2025

TV9 ASSAM

শিৱভক্তসকলে ভগৱান শিৱক সন্তুষ্ট কৰিবলৈ সোমবাৰে উপবাসে থাকে। বহু ভকই শিৱলিংগত পানী ঢালি দিয়ে। পিছে শিৱলিংগত কিদৰে পানী ঢালিব লাগে জানেনে?

শিৱলিংগ

শিৱলিংগত পানী ঢালি থাকোঁতে থিয় হৈ থকা উচিত নহয়। ধৰ্মীয় নিয়ম মতে যেতিয়াই শিৱলিংগত পানী ঢালি দিয়ে, তেতিয়া বহি ল’ব লাগে।

এনে নকৰিব

থিয় হৈ শিৱলিংগত পানী আগবঢ়াব নালাগে। ইয়াৰ ফলত ভগৱান শিৱ অসন্তুষ্ট হয় বুলি বহুলোকে কয়। লগতে এনে কৰি পূজাৰ সম্পূৰ্ণ ফল পোৱা নাযায়।

অসন্তুষ্ট

বহি থকা অৱস্থাত শিৱলিংগত পানী ঢালিব লাগে। লিংগত পানী ঢলাৰ ক্ষেত্ৰত আন কিছুমান নিয়ম আছে। যেনে - পানী ঢালি থাকোঁতে উত্তৰ দিশলৈ মুখ কৰিব লাগে।

বহি ল’ব লাগে

কোনটো পাত্ৰত শিৱলিঙ্গত পানী দিয়া ভাল? শিৱলিঙ্গত পানী দিবলৈ তীখাৰ পাত্ৰৰ সলনি তাম বা ব্ৰঞ্জৰ পাত্ৰ বাছি লোৱা উচিত বুলি কোৱা হয়।

পাত্ৰ

শিৱলিঙ্গৰ ওপৰত পানী ঢালি থাকোঁতে ‘ঔঁম নমঃ শিৱায়’ মন্ত্ৰ জপ কৰিব পাৰে। ইয়াৰ বাহিৰেও সোঁহাতেৰেহে শিৱলিঙত পানী ঢালি দিব লাগে।

মন্ত্ৰ

এই প্ৰতিবেদনত উপস্থাপন কৰা মতসমূহ হিন্দু ধৰ্ম আৰু ধৰ্মীয় বিশ্বাসৰ ওপৰত আধাৰিত। এই ক্ষেত্ৰত TV9 Assam- এ নিজা কোনো মতামত প্ৰকাশ কৰা নাই।

বিশেষ দ্ৰষ্টব্য

পঢ়িবলৈ ক্লিক কৰক 

সপ্তাহৰ কোনটো বাৰত চুলি কটোৱা শুভ