হনুমানক সন্তুষ্ট কৰাৰ আটাইতকৈ সহজ উপায়!

24 JUNE 2025

TV9 ASSAM

হনুমানক সন্তুষ্ট কৰিবলৈ মঙলবাৰৰ দিনটো সৰ্বোত্তম দিন বুলি কোৱা হয়। যদি আপুনিও হনুমানক সন্তুষ্ট  কৰিব বিচাৰে তেন্তে মঙলবাৰে কি কৰিব লাগে জানো আহক।

হনুমানক সন্তুষ্ট কৰাৰ উপায়

মঙলবাৰে ১১ বাৰ হনুমান চালিছা পাঠ কৰিলে হনুমান  সন্তুষ্ট হয় আৰু আশীৰ্বাদ দিয়ে।

হনুমান চালিছা পাঠ

মঙলবাৰে ব্ৰত ৰাখি হনুমানৰ পূজা কৰিলে জীৱনৰ সকলো বিপদৰ পৰা সকাহ পোৱা যায়।

ব্ৰত

মঙলবাৰে হনুমানক পূজা কৰি তেওঁৰ দুটা লং আৰু এটা তামোল আগবঢ়ালো সকলো সমস্যা দূৰ হয়।

লং আৰু তামোল

মঙলবাৰে ভগৱান হনুমানক নাৰিকল আগবঢ়াব। মঙলবাৰে হনুমান মন্দিৰত নাৰিকল আগবঢ়োৱাৰ ফলত আৰ্থিক সমস্যা দূৰ হয়।

নাৰিকল

মঙলবাৰে ১১ টা আহত গছৰ পাতত সেন্দূৰেৰে 'জয় শ্ৰী ৰাম' লিখি হনুমানক আগবঢ়ালে আপোনাৰ ইচ্ছা পূৰণ হয়।

আহতৰ পাত

মঙলবাৰে হনুমানক পাণ আগবঢ়ালে ভক্তৰ বেদনা দূৰ হয়।

পাণ

চাবলৈ ক্লিক কৰক 

সফলতাৰ মন্ত্ৰ