24 JUNE 2025
TV9 ASSAM
সফলতা লাভ কৰিবলৈ বহুতো নিয়ম আছে। যিবোৰ অনুসৰণ কৰি জীৱনত সফলতা লাভ কৰিব পাৰি।
কোনোবাই যদি জীৱনত সফল হ’ব বিচাৰে আৰু আগবাঢ়ি যাব বিচাৰে তেন্তে তেওঁ এলাহ ত্যাগ কৰিব লাগে।
সম্পূৰ্ণ ধৈৰ্য্য আৰু সততাৰে প্ৰতিটো কাম সম্পূৰ্ণ কৰক।
কষ্ট কৰি জীৱনত যিকোনো লক্ষ্যত উপনীত হ’ব পাৰি।
জীৱনত সফল হ’বলৈ শিক্ষা আৰু ইয়াৰ গুৰুত্ব বুজিব লাগিব।
সফলতা লাভৰ বাবে নিজৰ সময় সঠিকভাৱে ব্যৱহাৰ কৰক।
আপোনজন আৰু বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ পালেহে জীৱনত সফল হ'ব পাৰি। বয়োজ্যেষ্ঠসকলক সদায় সন্মান কৰিব।
চাবলৈ ক্লিক কৰক