গ্ৰীষ্মকালৰ আগমনৰ লগে লগে ক্ৰমাৎ বৃদ্ধি পাইছে উত্তাপ।

20  May 2025

TV9 ASSAM

 ফলত স্বাভাৱিকতেই ব্যক্তিৰ দেহত নানা ৰোগে দেখা দিব পাৰে। 

যতন

প্ৰাপ্তবয়স্ক লোকতকৈ শিশুৰ সোনকালে ডিহাইড্ৰেচন হ’ব পাৰে। 

যতন

শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা ইমান শক্তিশালী নহয়।

যতন

গৰমৰ দিনত শিশুৰ পেটৰ সমস্যা হ’ব পাৰে।  গতিকে সময়মতে খাদ্য খাবলৈ দিব।

যতন

শিশুক নাৰিকল পানী, নেমুৰ চৰবত, আমৰ চৰবত নিয়মিতভাৱে খাবলৈ দিব।

যতন

গৰমৰ দিনত শিশুৰ দুপৰীয়াৰ আহাৰত দৈ নিশ্চয়কৈ অন্তৰ্ভুক্ত কৰক।

যতন

গ্ৰীষ্মকালত শিশুক তিয়ঁহ, তৰমুজ, মৌচুমী আদি ফল খুৱাব লাগে।

যতন

চাবলৈ ক্লিক কৰক 

শংকৰজ্যোতি বৰুৱা আৰু হেণ্ডকাপ প্ৰসংগ