এবাৰতে নাইকিয়া হ'ব মূৰৰ ওকণি, কিন্তু কেনেকৈ?
28 AUG 2025
TV9 ASSAM
ওকনিৰ সমস্যাৰ পৰিত্ৰাণৰ বাবে উপযুক্ত ঔষধ ব্যৱহাৰ কৰক।
সমাধান
স্বাস্থ্যকৰ আহাৰ গ্ৰহণ কৰিলে ওকনিৰ সমস্যাৰ পৰিত্ৰাণত সহায় হয়।
সমস্যা
ওকনিৰ সমস্যা দূৰ কৰিবলৈ চুলিত নিমপাত ব্যৱহাৰ কৰিব পাৰে।
নিৰাময়
নিমৰ এন্টিবেক্টেৰিয়েল, এন্টি-ইনফ্লেমেটৰী, এন্টিফাংগেল গুণ আছে।
নিৰাময়
যিয়ে চুলিৰ সমস্যা দূৰ কৰাত সহায় কৰে।
নিৰাময়
ইয়াৰোপৰি সদায় চুলি পৰিস্কাৰ কৰিব লাগে সদায়।
উপায়
ওকণি ধ্বংসকাৰী শ্বেম্পু বা ঔষধৰ ব্যৱহাৰ কৰক।
মনত ৰাখক
লগতে পঢ়ক
ভাৰতনাট্যমেৰে হৃদয় জিনিলে চীনৰ এইগৰাকী যুৱতীয়ে
Learn more