হনুমানক সন্তুষ্ট কৰাৰ ৫টা উপায়...

9 Jan 2026

TV9 ASSAM

হিন্দু ধৰ্মত হনুমানৰ বিশেষ মহত্ব আছে। কোৱা হয়, হনুমান শীঘ্ৰেই সন্তুষ্ট হয় আৰু ভক্তৰ মনৰ কামনা পূৰণ কৰে। মান্যতা অনুসৰি, কলিযুগত জাগ্ৰত দেৱতা হনুমান।

হনুমান

কিছুমান উপায়ৰ দ্বাৰা আপুনি সহজে হনুমানক সন্তুষ্ট কৰিব পাৰে। এনে কৰিলে ভগৱান সন্তুষ্ট হয় আৰু জীৱনলৈ সুখ-শান্তি তথা সমৃদ্ধি আহে। সফলতা পোৱা যায়।

উপায়

সেন্দূৰ হনুমানৰ প্ৰিয়। মঙলবাৰ বা শনিবাৰে হনুমানক সেন্দূৰ অৰ্পন কৰিলে বিশেষ কৃপা লাভ কৰা যায় বুলি কয়। লগতে ওমঃ হনুমতে নমঃ মন্ত্ৰ ১০৮ বাৰ জপ কৰক।

সেন্দূৰ

হনুমানক লং অৰ্পন কৰা শুভ। মান্যতা অনুসৰি, লং অৰ্পন কৰিলে জীৱনত আহিবলগীয়া সকলো বাধা দূৰ হয়। ইয়াৰোপৰি জীৱনৰ পৰা নকৰাত্মক শক্তিৰ প্ৰভাৱ কমে।

লং

হনুমানক পান অৰ্পন কৰিব পাৰে। এনে কৰিলে বিশেষ কৃপা লাভ কৰা যায়। মঙলবাৰৰ দিনা হনুমানত তামোল পান অৰ্পন কৰাৰ লগতে পূজা আগবঢ়াব লাগে।

পান

হনুমানক জেচমিন তেল অৰ্পন কৰিব পাৰে। এনে কৰিলে হনুমান সহজে সন্তুষ্ট হয় আৰু জীৱনলৈ সুখ-সমৃদ্ধি আহে। লগতে ধন-সম্পত্তি লাভ কৰে বুলি মান্যতা আছে।

জেচমিন তেল

ইয়াৰোপৰি আপুনি প্ৰতিদিনে হনুমান চালিচা পাঠ কৰিব পাৰে।  মঙলবাৰে কৰিলে বিশেষ ফল পোৱা যায়।  লগতে ৰাম নাম জপ কৰিলেও হনুমান সন্তুষ্ট হয় বুলি কোৱা হয়।

হনুমান

পঢ়িবলৈ ক্লিক কৰক

হৃদযন্ত্ৰৰ সমস্যা