গৰ্ভাৱস্থাত ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখিবলৈ কি কৰিব?

30 September 2025

TV9 ASSAM

গৰ্ভাৱস্থাত প্ৰতিগৰাকী মহিলাৰ হঠাতে ৰক্তচাপ বৃদ্ধি পোৱাৰ সম্ভাৱনা থাকে। বহুতে ইয়াৰ লক্ষণবোৰ আওকাণ কৰে।

ৰক্তচাপ বৃদ্ধি

চিকিৎসকৰ মতে গৰ্ভাৱস্থাত ৰক্তচাপ নিয়ন্ত্ৰণত ৰখাটো অতি প্ৰয়োজন। গতিকে জানোঁ আহক কেনেকৈ ইয়াক নিয়ন্ত্ৰণ কৰিব পাৰি।

ৰক্তচাপ নিয়ন্ত্ৰণ

প্ৰতিগৰাকী গৰ্ভৱতী মহিলাই প্ৰতিদিনে অথবা নিয়মীয়াকৈ ৰক্তচাপ পৰীক্ষা কৰিব লাগে। যাতে ইয়াক নিয়ন্ত্ৰণ ৰাখিব পাৰে।

ৰক্তচাপ পৰীক্ষা

ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখিবলৈ খাদ্যত নিমখৰ পৰিমাণ কমাই দিব লাগে। এই ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে।

নিমখৰ পৰিমাণ কমাব

দিনটোত পৰ্যাপ্ত পানী খোৱাটো প্ৰতিগৰাকী গৰ্ভৱতী মহিলাৰ বাবে গুৰুত্বপূৰ্ণ। ই শৰীৰটোক হাইড্ৰেট কৰি ৰখাই নহয় ৰক্তচাপ নিয়ন্ত্ৰণ সহায় কৰিব।

পৰ্যাপ্ত পানী খোৱা

গৰ্ভাৱস্থাত কেতিয়াও মানসিক চাপ গ্ৰহণ কৰিব নালাগে। ই ৰক্তচাপ বৃদ্ধি কৰিব পাৰে। এই ক্ষেত্ৰত সাৱধান হ'ব।

মানসিক চাপ

যদি গৰ্ভাৱস্থাত তীব্ৰ মূৰৰ বিষ, বমিৰ অনুভৱ, দৃষ্টিশক্তিৰ সমস্যা আদি লক্ষণ অনুভৱ কৰে,তেন্তে লগে লগে চিকিৎসাৰ পৰামৰ্শ গ্ৰহণ কৰক।

তীব্ৰ মূৰৰ বিষ

পঢ়িবলৈ ক্লিক কৰক

চকুৰ এই সমস্যাবোৰ আওকাণ নকৰিব, বৃক্কৰ ৰোগৰ লক্ষণ হ'ব পাৰে