December 17, 2025
TV9 ASSAM
আপুনি স্পেম কলৰ দ্বাৰা আমনি পাইছে নেকি ? ইয়াৰ পৰা কেনেকৈ মুক্ত হ'ব?
জিঅ', এয়াৰটেল আৰু ভি আই ব্যৱহাৰকাৰীৰ বাবে কোম্পানীয়ে এনে এটা ফিচাৰ মুকলি কৰিছে যিয়ে স্পেম কলৰ সমস্যা সমাধান কৰিব পাৰে।
১৯০৯ নম্বৰত এছএমএছ প্ৰেৰণ কৰি স্পেম কল এৰাই চলিবলৈ DND সক্ৰিয় কৰিব পাৰি।
১৯০৯ নম্বৰৰ জৰিয়তে DND সক্ৰিয় কৰিলে সকলো শ্ৰেণীৰ প্ৰচাৰমূলক কল আৰু এছএমএছ ব্লক হ'ব।
Airtel Thanks app খোলক, তাৰ পাছত মেনুত Service ৰ অন্তৰ্গত DND Services ত ক্লিক কৰক।
MyJio App খোলক, তাৰ পাছত মেনুত গৈ ছেটিংছত ক্লিক কৰক আৰু চাৰ পিছত Service Settings ত গৈ Do Not Disturb ত ক্লিক কৰক।
Vi এপটো খোলক, তাৰ পাছত মেনুত থকা Profile ত টেপ কৰক আৰু DND ত ক্লিক কৰক।
পঢ়িবলৈ ক্লিক কৰক