16 Aug 2025
TV9 ASSAM
Photos Credit: Getty Images
Dating এপত প্ৰেম নহয়, প্ৰৱঞ্চনা বলি হ'ব পাৰে। এই টিপছ মানি চলি প্ৰৱঞ্চনাৰ পৰা হাত সাৰিব পাৰে।
যদি কোনো প্ৰফাইল অতি নিখুঁত দেখা যায় বা ফটোখন অতি পেছাদাৰী যেন দেখা যায়, তেন্তে সাৱধান হওক। Google Reverse Image ৰ সহায়ত ফটোখন চেক কৰক।
যদি কোনোৱে আপোনাক জৰুৰীকালীন অৱস্থা উদ্ধৃতি দি ধন বিচাৰে তেন্তে লগে লগে তেওঁলোকক ব্লক কৰক।
কেতিয়াও আপোনাৰ আধাৰ নম্বৰ, বেংকৰ তথ্য, অ'টিপি, ঘৰৰ ঠিকনা বা কাৰ্যালয়ৰ তথ্য নিদিব।
কোনো লোকৰ সবিশেষ জানিব নোৱাৰিলে বা দিয়া নাথাকিলে আপুনি সাৱধান হওক। অন্যথা প্ৰৱঞ্চনাৰ বলি হ'ব পাৰে।
যদি আপোনাৰ বয়স আৰু প্ৰফাইলৰ ফটো বেলেগ যেন লাগে বা ভুৱা প্ৰফাইল পিক দেখা পায়, তেন্তে সাৱধান হওক।
কেৱল অফিচিয়েল ডেটিং এপতহে প্ৰফাইল তৈয়াৰ কৰক। গুগলত ইয়াৰ ৰিভিউ আৰু ৰেটিং পৰীক্ষা কৰক।
পঢ়িবলৈ ক্লিক কৰক