অত্যাধিক গাম ওলোৱাৰ কাৰণ কি জানেনে? 

15 May 2025

TV9 ASSAM

গৰমৰ দিনত ঘাম ওলোৱা সাধাৰণ কথা। কিন্তু বেছিকৈ ঘাম ওলালে বিভিন্ন ধৰণৰ সমস্যা হ'ব পাৰে।  ইয়াৰ আঁৰত বিভিন্ন কাৰণ থাকিব পাৰে। গতিকে গৰমৰ দিনত ঠাণ্ডা বস্তু খাব লাগে।

ঘাম ওলোৱা

ব্যায়াম কৰিলে শৰীৰৰ উত্তাপ বৃদ্ধি হয় যাৰ বাবে বেছিকৈ ঘাম ওলাব পাৰে। গতিকে ব্যায়াম কৰাৰ আগত আৰু পাছত পানী খাব লাগে। অত্যাধিক গৰমৰ ব্যায়াম বেছি সময় কৰিব নালাগে।

ব্যায়াম

কেতিয়াবা ৰোগৰ বাবেও অত্যাধিক ঘাম ওলাব পাৰে। যেনে- ডায়বেটিছ, হাইপোথাইৰডিজম আৰু পাৰ্কিনছন আদি ৰোগৰ বাবে অত্যাধিক ঘাম ওলাব পাৰে।

ৰোগ

মেনোপজৰ আৰম্ভণিৰ সময়ত শৰীৰত কিছুমান পৰিবৰ্তন হয়। গতিকে এনে অৱস্থাত শৰীৰত অত্যাধিক ঘাম ওলাব পাৰে। ইয়াৰোপৰি থাইৰয়ড হোৱা লোকৰো অত্যাধিক ঘাম ওলাব পাৰে।

মেনোপজ, থাইৰয়ড

চিন্তা আৰু ওজন বৃদ্ধি হোৱাৰ ফলতো অত্যাধিক গৰম লাগি ঘাম ওলাব পাৰে। চিন্তাৰ ফলত হৰমন প্ৰক্ৰিয়াত প্ৰভাৱ পৰে। যাৰ বাবে ঘাম ওলায়।

চিন্তা আৰু ওজন

গৰমৰ দিনত অত্যাধিক কেফেন যুক্ত বস্তু খালে ঘাম ওলাব পাৰে। যেনে- কফি।  গৰমৰ দিনত বিশেষকৈ পানী, ঠাণ্ডা বস্তু, জুচ, ফল-মূল আদি খাব লাগে।

কেফেন

এই লেখাটোত কিছুমান মাত্ৰ সাধাৰণ দিশ উল্লেখ কৰা হৈছে। অধিক জানিবলৈ আপুনি চিকিৎসকৰ সহায় লোৱা দৰকাৰ

চিকিৎসক

পঢ়বলৈ ক্লিক কৰক 

পাৰমাণৱিক বোমা নিৰ্মাণ কৰিলে কিমান খৰচ হয়