ভাৰতৰ ১০০ টকাৰ মূল্য ইৰাণত কিমান হয় জানক...

16 June 2025

TV9 ASSAM

ইৰাণ-ইজৰাইলৰ যুদ্ধই বৰ্তমান বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছে। দুয়োখন দেশে সম্পূৰ্ণ শক্তি প্ৰয়োগ কৰি এটাৰ পাছত আনটো আক্ৰমণ কৰি গৈছে। ইয়াৰ প্ৰভাৱ বিশ্বৰ বজাৰত পৰিছে।

ইৰাণ-ইজৰাইল

প্ৰতিখন দেশৰে নিজা নিজা মুদ্ৰা থাকে। এই মুদ্ৰাৰ মূল্য আন দেশৰ মুদ্ৰাৰ মূল্যতকৈ পৃথক হয়। গতিকে ইৰাণ আৰু ভাৰতৰ মুদ্ৰাৰ মূল্যৰ মাজতো আছে বিশেষ পাৰ্থক্য।

ইৰাণ

ইৰাণৰ মুদ্ৰাৰ কোনো নিজা ল'গ' নাই। ই কেৱল ইৰাণলৈ সীমাবদ্ধ। তথ্য অনুসৰি ৰিয়ালৰ ব্যৱহাৰ আফগানিস্তান, চৌদি আৰৱ, ইৰাক, ছিৰিয়া আদিতো কৰা হয়।

ল'গ'

প্ৰতিখন দেশৰ মুদ্ৰাৰ নিজা নিজা নাম আছে। ইৰাণৰ মুদ্ৰাক ইৰানিয়ান ৰিয়াল বুলি কোৱা হয়।  ইয়াক সাংকেতিকভাবে বুজাবলৈ IRR  লিখা হয়।  ৰিয়াল ইৰাণৰ অফিচিয়েল মুদ্ৰা।

মুদ্ৰা

ভাৰতৰ ১ টকাৰ মূল্য ইৰাণত ৪৮৯.৪৪ টকা হয়।  এক কথাত ভাৰতৰ মুদ্ৰাৰ মূল্য ইৰাণত অধিক হৈ পৰে। গতিকে প্ৰশ্ন হয়, ভাৰতৰ ১০০ টকাৰ মূল্য ইৰাণত কিমান হয়।

ভাৰতৰ ১ টকা

ভাৰতৰ ১০০ টকাৰ মূল্য ইৰাণত হয়গৈ ৪৮,৯৪৩.৮১ ইৰানিয়ান ৰিয়াল।  ইয়াৰ দ্বাৰা দুয়োখন দেশৰ মাজত থকা মুদ্ৰাৰ মূল্যৰ পাৰ্থক্যৰ বিষয়ে জানিব পাৰি।

ভাৰতৰ ১০০ টকা

ইৰাণৰ ইছলামিক ৰিপাব্লিকৰ প্ৰয়াত প্ৰতিষ্ঠাপক আয়াতুল্লাহ ৰুহোল্লাৰ ফটো আছে। ইয়াৰোপৰি ইয়াত ইয়াজদৰ জামেহ মছজিদৰ ফটো আছে।  ইৰাণ চেন্ট্ৰেল বেংকে মুদ্ৰা নিয়ন্ত্ৰণ কৰে।

কাৰ ফটো

পঢ়িবলৈ ক্লিক কৰক 

ফেটি লিভাৰৰ লক্ষণ