ভাৰতৰ ১০০ টকা বাংলাদেশত কিমান হয়? জানক...

26 May 2025

TV9 ASSAM

শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পাছতে ভাৰত-বাংলাদেশৰ মাজৰ সম্পৰ্ক কিছু পৰিমাণে অৱনতি ঘটিছে। মহম্মদ ইউনুছে মুখ্য উপদেষ্টা পদ গ্ৰহণ কৰাৰ পাছতে দুই দেশৰ মাজত দূৰত্ব বাঢ়িছে।

ভাৰত-বাংলাদেশ

অৰ্থনীতিৰ ফালৰ পৰা ক'বলৈ হ'লে প্ৰায় প্ৰতিটো ক্ষেত্ৰতে ভাৰত আগবঢ়া। কিন্তু প্ৰশ্ন হয় ভাৰত আৰু বাংলাদেশৰ মুদ্ৰাৰ মাজৰ পাৰ্থক্য কি? ভাৰতৰ ১০০ টকা বাংলাদেশত কিমান হয়?

অৰ্থনীতি 

উল্লেখ কৰা প্ৰয়োজন যে, প্ৰতিখন দেশৰ মুদ্ৰাৰ মূল্য বেলেগ বেলেগ।  কিছুমান দেশৰ মুদ্ৰাৰ মূল্যৰ মাজত পাৰ্থক্য অধিক আৰু কিছুমানৰ কম। ভাৰত-বাংলাদেশৰ মুদ্ৰাৰো আছে পাৰ্থক্য।

মুদ্ৰা

 ভাৰতৰ ১০০ টকাৰ মূল্য চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত ১৪২.৮৫ টাকা হয়। গতিকে দেখা যায় যে, ভাৰতৰ মুদ্ৰাৰ মূল্য বাংলাদেশত কিছু পৰিমাণে বেছি।

ভাৰতৰ ১০০ টকা

 ইয়াৰ বিপৰীতে ভাৰতৰ ১ টকাৰ মূল্য বাংলাদেশত হয়গৈ ১.৪৩ টাকা। বাংলাদেশী মুদ্ৰাক বাংলাদেশী টাকা বুলি কোৱা হয়। ইয়াক সংক্ষিপ্তভাবে লিখিবলৈ TK ব্যৱহাৰ কৰা হয়।

ভাৰতৰ ১ টকা

বাংলাদেশী টাকা চেন্ট্ৰেল বেংক অৱ বাংলাদেশে প্ৰস্তুত কৰে। অৰ্থনীতিৰ বজাৰত ইয়াক সাধাৰণতে ‘বিডিটি’ বুলি সংক্ষিপ্ত কৰা হয়। প্ৰতিখন দেশৰ মুদ্ৰা বেংকে নিয়ন্ত্ৰণ কৰে।

বেংক

বাংলাদেশী টাকাত বাংলা বন্ধু শ্বেইখ মুজিবুৰ ৰহমানৰ ফটো আছে। তেওঁক বাংলাদেশৰ পিতৃ বুলি কোৱা হয়।  কিন্তু যোৱা বছৰৰ পৰা তেওঁৰ প্ৰতি বাংলাদেশীৰ ধাৰণা বহু সলনি হোৱা দেখা যায়।

কাৰ ফটো

পঢ়িবলৈ ক্লিক কৰক 

ভাল টোপনিৰ বাবে কি কৰিব