প্ৰতিদিনে কিমান গিলাচ মদ খোৱাটো নিৰাপদ?

11 June 2025

TV9 ASSAM

Photos Credit: Getty Images

প্ৰায় সংখ্যক লোকৰে মদ্যপান কৰাৰ অভ্যাস আছে । উৎসৱে হওক বা নৱবৰ্ষ উদযাপনে হওক বৰ্তমান সময়ত মদ উদযাপনৰ অংশ হৈ পৰিছে ।

অভ্যাস

অত্যধিক মদ্যপানে আপোনাৰ জীৱনটোক অন্ধকাৰলৈ লৈ যাব পাৰে । ই জটিল ৰোগৰ আশংকা বৃদ্ধি কৰিব পাৰে ।

অত্যধিক মদ্যপান

ই কেন্সাৰ, লিভাৰ বিকল কৰাৰ দৰে বহুতো মাৰাত্মক ৰোগৰ সৃষ্টি কৰিব পাৰে। ডাঙৰ প্ৰশ্নটো হ’ল প্ৰতিদিনে কিমান পৰিমাণৰ সুৰা পান কৰাটো নিৰাপদ?

নিৰাপদ

একাংশ লোকৰ মতে প্ৰতিদিনে ১-২ পেগ মদ খালে স্বাস্থ্যৰ কোনো ক্ষতি নহয়, আনহাতে বহুতে ৩-৪ পেগক স্বাভাৱিক বুলি গণ্য কৰে।

প্ৰতিদিনে ১-২ পেগ

স্বাস্থ্য বিশেষজ্ঞসকলে মদক স্বাস্থ্যৰ বাবে অতি বিপজ্জনক বুলি গণ্য কৰে। বৰ্তমান সময়ত মদ্যপানৰ পৰা আঁতৰি থকাটোৱে উত্তম ।

 স্বাস্থ্যৰ বাবে বিপজ্জনক

WHOৰ মতে, এটোপাল মদ খালেও নিৰাপদ বুলি গণ্য কৰিব নোৱাৰি। আনকি কম পৰিমাণৰ মদ্যপান কৰাটোও স্বাস্থ্যৰ বাবে বিপদজনক।

নিৰাপদ নহয়

মানুহে মদ একেবাৰে সেৱন কৰিব নালাগে। ১ পেগ মদ বা বিয়েৰক নিৰাপদ বুলি গণ্য কৰাটো মানুহৰ ভুল ধাৰণা ।

মানুহৰ ভুল ধাৰণা

পঢ়িবলৈ ক্লিক কৰক

মানুহৰ পাছতে পৃথিৱীৰ আটাইতকৈ জ্ঞানী প্ৰাণী বিধৰ নাম কি ?