কোনখন দেশৰ ওচৰত সৰ্বাধিক পাৰমাণৱিক অস্ত্ৰ আছে?  (GettyImages)

কোনখন দেশৰ ওচৰত সৰ্বাধিক পাৰমাণৱিক অস্ত্ৰ আছে? 

30 April 2025

Tv9-Assam-Logo

TV9 ASSAM

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পাছতে ভাৰত-পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পাইছে। এই সময়চোৱাত দেশ দুখনে নিজৰ শক্তি বৃদ্ধি কৰাৰ চেষ্টা কৰিছে। সামৰিক দিশত ভাৰত পাকিস্তানতকৈ আগত আছে। (pti image)

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পাছতে ভাৰত-পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পাইছে। এই সময়চোৱাত দেশ দুখনে নিজৰ শক্তি বৃদ্ধি কৰাৰ চেষ্টা কৰিছে। সামৰিক দিশত ভাৰত পাকিস্তানতকৈ আগত আছে।

ভাৰত-পাক

বিশ্বৰ ৯ খন দেশৰ ওচৰত পাৰমাণৱিক শক্তি আছে। এই দেশসমূহ- আমেৰিকা, ৰাছিয়া, ফ্ৰান্স, চীন, ইউনাইটেড কিংডম, পাকিস্তান, ভাৰত, ইজৰাইল আৰু উত্তৰ কোৰিয়া। (Pti image)

বিশ্বৰ ৯ খন দেশৰ ওচৰত পাৰমাণৱিক শক্তি আছে। এই দেশসমূহ- আমেৰিকা, ৰাছিয়া, ফ্ৰান্স, চীন, ইউনাইটেড কিংডম, পাকিস্তান, ভাৰত, ইজৰাইল আৰু উত্তৰ কোৰিয়া।

পাৰমাণৱিক শক্তি 

india- pak

পাৰমাণৱিক শক্তিৰে সমৃদ্ধ দেশৰ তালিকাত ভাৰত আৰু পাকিস্তানৰ নামো আছে। গতিকে প্ৰশ্ন হয়, কোনখন দেশৰ ওচৰত কিমান পাৰমাণৱিক বোমা আছে ? কোনখন দেশ আগত আছে?

ভাৰত-পাক

ফেডাৰেচন অৱ আমেৰিকান চাইন্টিষ্ট (FAS)ৰ তথ্য অনুসৰি ২০২৫ চনৰ আৰম্ভণিলৈ বিশ্বৰ ৯ খন দেশৰ হাতত প্ৰায় ১২,৩৩১ টা পাৰমাণৱিক অস্ত্ৰ আছে। সবাতোকৈ শীৰ্ষত আছে ৰাছিয়া আৰু আমেৰিকা।

পাৰমাণৱিক অস্ত্ৰ

ভাৰতৰ ওচৰত প্ৰায় ১৭০ টা পাৰমাণৱিক অস্ত্ৰ আছে। এই তথ্য প্ৰকাশ কৰিছে ফেডাৰেশ্যন অৱ আমেৰিকা চাইন্টিষ্টে। পাৰমাণৱিক শক্তিৰ ক্ষেত্ৰত ভাৰতৰ স্থান ৬ ।

ভাৰত

ইয়াৰ বিপৰীতে পাকিস্তানৰ ওচৰত ১৭০ টা পাৰমাণৱিক অস্ত্ৰ আছে। পাৰমাণৱিক শক্তিৰ তালিকাত পাকিস্তানৰ স্থান ৭ । গতিকে তুলনা কৰি চালে পাৰমাণিক দিশৰ পৰা ভাৰত পাকিস্তানৰ ওপৰত।

পাকিস্তান

৫,৪৪৯ টা পাৰমাণৱিক অস্ত্ৰৰে ৰাছিয়া এই তালিকাক ১ নম্বৰত আছে। ইয়াৰ বিপৰীতে ৫,২৭৭ পাৰমাণৱিক অস্ত্ৰৰে আমেৰিকা আছে দ্বিতীয় স্থানত। ৬০০ টা পাৰমাণৱিক অস্ত্ৰৰে তৃতীয় স্থানত আছে চীন।

ৰাছিয়া- আমেৰিকা

পঢ়িবলৈ ক্লিক কৰক 

দাঁতৰ বিষ কম কৰাৰ উপায়