আমেৰিকাত কিমান সংখ্যক মুছলমান লোকে বাস কৰে?

18 Sept 2025

TV9 ASSAM

বিশ্বৰ বহু দেশতে মুছলমান লোক আছে।  ভাৰত, আমেৰিকা, ব্ৰিটেইন আদি বিশ্বৰ প্ৰায় সকলো দেশতে বিভিন্ন ধৰ্মৰ লোকৰ লগতে কোটি কোটি মুছলমান লোকে বাস কৰে।

আমেৰিকা

২০২৩ চনৰ এক তথ্য অনুসৰি, ভাৰতত ১৯ কোটিতকৈ অধিক মুছলমান লোকে বাস। কিন্তু আপুনি জানেনে, আমেৰিকাত কিমান সংখ্যক মুছলমানে বাস কৰে?

ভাৰত

আমেৰিকাত সবাতোকৈ বেছি খ্ৰীষ্টান ধৰ্মৰ লোক আছে। ২০২০ ৰ এক তথ্য অনুসৰি, আমেৰিকাৰ প্ৰায় ৭০ শতাংশ লোক খ্ৰীষ্টান ধৰ্মৰ। অৱশ্যে মুছলমান লোকো আছে।

খ্ৰীষ্টান

Pew.research.org ৰ তথ্য অনুসৰি আমেৰিকাত প্ৰায় ৩.৫ মিলিয়ন মুছলমান লোকে বাস কৰে। ইয়াৰ ভিতৰত প্ৰায় ২.১৫ মিলিয়ন মুছলিম প্ৰাপ্তবয়স্ক। এইসকল বেছিভাগ প্ৰব্ৰজনকাৰী আৰু যুৱক-যুৱতী।

মুছলমান

শিক্ষাৰ কথা ক'বলৈ হ'লে ১০ ৰ ভিতৰত ৩ (৩১শতাংশ) আমেৰিকী মুছলমানে কলেজত পঢ়ি আছে। ইয়াৰে ১১ শতাংশ স্নাতক পৰ্যায়ৰ। মুছলমানসকল আন ধৰ্মৰ লোকতকৈ বেছি শিক্ষিত।

কলেজ

আৰ্থিক ৰূপত, মুছলমানৰ ঘৰুৱা আয় আমেৰিকাৰ সাধাৰণ জনতাৰ সমান। তথ্য অনুসৰি, আমেৰিকাত মুছলমানৰ আয় প্ৰায় ১০০,০০০ ডলাৰতকৈ অধিক।

আৰ্থিক অৱস্থা

pewresearch.org ৰ তথ্য অনুসৰি প্ৰায় ৪৪ শতাংশ মুছলিম কলেজৰ পৰা স্নাতক উত্তীৰ্ণ, ২৬ শতাংশ স্নাতকোত্তৰ, ডক্টৰেট বা অন্য ডিগ্ৰীধাৰী। তথ্য অনুসৰি আমেৰিকাৰ মুছলমানসকল শিক্ষিত।

তথ্য

পঢ়িবলৈ ক্লিক কৰক 

পুটিনৰ ধৰ্ম