তুৰ্কীত কিমান ভাৰতীয় লোক বাস কৰে?

17  May 2025

TV9 ASSAM

বৰ্তমান সময়ত শিৰোনামত আছে তুৰস্ক। ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনাৰ পিছত ভাৰতৰ বিৰুদ্ধে আহিছে তুৰস্কৰ স্থিতি।

চৰ্চাত তুৰস্ক

শেহতীয়াকৈ ভাৰতে আৰম্ভ কৰা অপাৰেশ্যন সেন্দূৰৰ সময়ত তুৰস্কই মুকলিকৈ পাকিস্তানৰ পক্ষ লৈছিল।

পাকিস্তানক সমৰ্থন

ইয়াৰ পিছত তুৰস্কৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে ভাৰতে। লগতে এভিয়েশন কোম্পানী Celebi Airport Services India Ltd.ৰ নিৰাপত্তাৰ অনুমতি বাতিল কৰিছে।

ভাৰতৰ একশ্যন

শেহতীয়াকৈ দিয়া বক্তব্যত তুৰ্কীৰ ৰাষ্ট্ৰপতি এৰদোগানে কয় যে, তুৰস্কই পাকিস্তানৰ সৈতে দৃঢ়তাৰে থিয় হৈ আছে।

এৰদোগানে কি ক’লে?

মুছলমান দেশ তুৰস্কত অতি কম সংখ্যক ভাৰতীয় লোকে বাস কৰে। ২০২৫ চনৰ ২৭ মাৰ্চৰ বৈদেশিক মন্ত্ৰালয়ৰ প্ৰতিবেদন অনুসৰি তুৰস্কত ৩,৩০৬ জন ভাৰতীয় লোকে  বাস কৰে।

কিমান ভাৰতীয় আছে

টি অ’ আইৰ প্ৰতিবেদন অনুসৰি ২০২৪ চনত প্ৰায় ৩.৩ লাখ ভাৰতীয়ই তুৰস্ক ভ্ৰমণ কৰিছিল।

কিমান পৰ্যটক গৈছিল

কিন্তু এতিয়া পাকিস্তানক তুৰস্কৰ সমৰ্থনৰ পিছত তুৰস্ক ভ্ৰমণলৈ যোৱা ভাৰতীয় পৰ্যটকৰ সংখ্যা হ্ৰাস পাইছে।

পৰ্যটকৰ সংখ্যা হ্ৰাস

চাবলৈ ক্লিক কৰক 

 কাৰ হাতত সৰ্বাধিক পাৰমাণৱিক অস্ত্ৰ আছে?