পাকিস্তানী সেনাত কিমান হিন্দু জোৱান আছে? 

12  May 2025

TV9 ASSAM

যুদ্ধ বিৰতি হোৱাৰ পাছতে সীমান্ত যদিও শান্ত আছে, তথাপিও ভাৰত-পাকিস্তানৰ মাজত উত্তেজনা অব্যাহত আছে। এনে অৱস্থাত প্ৰশ্ন হয়, চুবুৰীয়া ৰাষ্ট্ৰখনৰ কিমান সেনা জোৱান আছে।

ভাৰত-পাক

পাকিস্তানৰ সেনাত প্ৰায় ১৩.১১ লাখ জোৱান আছে। ইয়াৰোপৰি পাকিস্তানী নৌ সেনাৰ সংখ্যা প্ৰায় ১.২৪ লাখ আৰু বায়ু সেনা জোৱানৰ সংখ্যা ৭৮ হাজাৰ।

পাকিস্তানী সেনা

পাকিস্তান মুছলিম প্ৰধান দেশ। যাৰ বাবে দেশখনত হিন্দুৰ সংখ্যা কম। ঠিক তেনেদৰে দেশখনৰ সেনাত হিন্দু জোৱানৰ সংখ্যা কম আছে।

মুছলিম প্ৰধান

প্ৰথম অৱস্থাত দেশখনৰ সেনাত ভৰ্তিৰ বাবে হিন্দুৰ ক্ষেত্ৰত বাধা আছিল। কিন্তু ২০০০ চনত নিয়ম সলনি কৰি হিন্দু ভৰ্তি কৰা হয়। গতিকে প্ৰশ্ন হয়, কিমান হিন্দু পাকিস্তানী সেনাত আছে।

প্ৰথমে আছিল বাধা

বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশিত তথ্য অনুসৰি পাকিস্তানী সেনাত লাহে লাহে হিন্দুৰ ভৰ্তি কৰা হৈছে। এনে অৱস্থাত দেশখনত মাত্ৰ ২০০ জন হিন্দু সেনা আছে। বাকী সকলো মুছলমান।

হিন্দু সেনা

২০২২ চনত পাকিস্তানী সেনাৰ দুজন বিষয়াৰ পদোন্নতি হৈছিল। মেজৰ ডাঃ কৈলাশ কুমাৰ আৰু মেজৰ ডাঃ অনিল কুমাৰক লেফটিনেন্ট কৰ্নেল পদলৈ পদোন্নতি কৰিছিল।

পদোন্নতি

পাকিস্তানী সেনাৰ ওচৰত বৰ্তমান প্ৰায় ১,৩৯৯ খন যুঁজাৰু বিমান আছে। ইয়াত ৯০০ এটেক পাইপ, ৩২৮ ফাইটাৰ জেট, ৬৪ ট্ৰান্সপোৰ্ট বিমান আছে। ইয়াৰোপৰি পাৰমাণৱিক অস্ত্ৰ আছে দেশখনৰ হাতত।

যুঁজাৰু বিমান 

পঢ়িবলৈ ক্লিক কৰক 

হনুমানৰ পূজা