ছিংগাপুৰত কিমান হিন্দু-মুছলিম জনসংখ্যা আছে?

25 Sept 2025

TV9 ASSAM

বিশ্বৰ ধনী দেশসমূহৰ ভিতৰত ছিংগাপুৰ অন্যতম। ইয়াত প্ৰতি ষষ্ঠ লোক মিলিনেয়ৰ। এই দেশখনত প্ৰায় ৫.৮৭ মিলিয়ন জনসংখ্যা আছে। Statistics.com ৰ তথ্য অনুসৰি ইয়াৰ পৰিসংখ্যা ৫,৮৭৯,২৫৯ জন।

ছিংগাপুৰ

ছিংগাপুৰ একমাত্ৰ এনে দেশ যি নিজৰ ইচ্ছাৰ বিৰুদ্ধে স্বাধীনতা লাভ কৰিছিল। ১৯৬৫ চনত মালেছিয়াই স্বাধীন কৰি দিছিল। বৰ্তমান ছিংগাপুৰ এখন ধনী দেশ।

স্বাধীনতা

বহু কাৰণ বাবে ছিংগাপুৰ বিখ্যাত।ছিংগাপুৰত প্ৰায় ৬৪ টা সৰু-ডাঙৰ নদী-দ্বীপ আছে। এই নদী দ্বীপেৰে ছিংগাপুৰ গঠন হৈছে। ই ভাৰতৰ তুলনাত ৪৪০০ গুণ সৰু।

ছিংগাপুৰ

ছিংগাপুৰত চুইংগাম খোৱাত নিষেধাজ্ঞা আছে। যদি কোনোবাই চুইংগাম খাই ধৰা পৰে তেন্তে ২ বছৰৰ জেল আৰু ১ লাখ ডলাৰ পৰ্যন্ত জৰিমণা ভৰিব লাগিব। ছিংগাপুৰৰ আইন অতি কঠোৰ।

ছিংগাপুৰ

ছিংগাপুৰত ১৭২,৯৬৩ মান হিন্দু লোক আছে। মুঠ জনসংখ্যাৰ ই প্ৰায় ৫ শতাংশ। ইয়াৰে অধিকাংশ ভাৰতীয়মূলৰ। ২০২০ চনৰ তথ্য অনুসৰি এই পৰিসংখ্যা।

হিন্দু

ছিংগাপুৰত সবাতোকৈ ডাঙৰ ধৰ্ম বৌদ্ধ ধৰ্ম। ২০২০ চনৰ তথ্য অনুসৰি, এই দেশখনত প্ৰায় ৩১.১ শতাংশ বৌদ্ধ ধৰ্মৰ লোক আছে। বাকীখিনি আন ধৰ্মৰ লোক।

বৌদ্ধ

ছিংগাপুৰত ১৫.৬ শতাংশ মুছলিম লোক আছে। ইয়াৰ লগতে খ্ৰীষ্টান ১৮.৯ শতাংশ,তাওচিম ৮.৮ শতাংশ, অন্য ০.৬ শতাংশ আৰু ধৰ্ম পালন নকৰা ২০ শতাংশ। ২০২০ ৰ ছিংগাপুৰৰ তথ্য এয়া।

মুছলিম

পঢ়িবলৈ ক্লিক কৰক 

ভাৰতৰ ১ টকা ছিংগাপুৰত কিমান হয়