একো নোখোৱাকৈ কিমান দিনলৈ জীয়াই থাকিব পাৰে?

3 SEP 2025

Credits: Getty Images

TV9 ASSAM

আমি সকলোৱে জানো যে খাদ্য আৰু পানী আমাৰ শৰীৰৰ বাবে অত্যন্ত প্ৰয়োজনীয়।

খাদ্য আৰু পানী

খাদ্যই আমাৰ দৈনিক কামবোৰ কৰিবলৈ শক্তি প্ৰদান কৰে।

শক্তি 

কিন্তু আপুনি জানেনে এজন মানুহে একো নোখোৱাকৈ কিমান দিনলৈ জীয়াই থাকিব পাৰে? এইটো জনাৰ পূৰ্বে আপুনি ৰুল অৱ 3ৰ বিষয়ে জানিব লাগিব।

জানক

ইয়াৰ মতে,এজন মানুহে পানীয় নোখোৱাকৈ ৩ দিনলৈ জীয়াই থাকিব পাৰে।

পানী

পানী নাখালে এজন মানুহৰ সোনকালে মৃত্যু হয়। কাৰণ তেজ চলাচলৰ বাবে পানীৰ প্ৰয়োজনৰ।

কিমান দিনলৈ জীয়াই থাকিব?

একেদৰে এজন মানুহে খাদ্য নোখোৱাকৈ অধিক ৩ সপ্তাহলৈ জীয়াই থাকিব পাৰে।

খাদ্য

খাদ্য নোখোৱাকৈ এজন মানুহ কিমান দিন জীয়াই থাকিব সেয়া তেওঁৰ  বয়সৰ ওপৰত নিৰ্ভৰ কৰে। কিছুমান লোকৰ ৮-১০ দিনটো মৃত্যু হ'ব পাৰে।

কি হ'ব

ঘৰৰ বেৰত থকা জেঠী সঁচাকৈ বিষাক্ত নেকি?

চাবলৈ ক্লিক কৰক