3 Aug 2025
TV9 ASSAM
Photos Credit: Getty Images
ভাৰতৰ মুঠ ১৬০ টা বিমানবন্দৰৰ ভিতৰত ৮ টা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সৈতে আদানী গোট জড়িত হৈ আছে।
আদানীয়ে দেশৰ ৬ টা বিমানবন্দৰ পৰিচালনা কৰে। তদুপৰি আদানীৰ হাতত আছে আৰু ২ টা বিমানবন্দৰ অংশীদাৰিত্ব।
২০২০ চনৰ পৰা আহমেদাবাদৰ চৰ্দাৰ বল্লভভাই পেটেল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আদানী গ্ৰুপে পৰিচালনা কৰি আহিছে।
লক্ষ্ণৌ চৌধুৰী চৰণ সিং আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰিচালনাৰ দায়িত্ব আদানীৰ গ্ৰুপৰ হাতত।
২০১৯ চনৰ পৰা অহা ৫০ বছৰৰ বাবে আদানী হাতত আছে মংগালুৰু আন্তৰ্জাতিক বিমানবন্দৰ পৰিচালনাৰ দায়িত্ব।
২০২১ চনৰ পৰা গুৱাহাটীৰ আন্তৰ্জাতিক বিমানবন্দৰ, জয়পুৰ আন্তৰ্জাতিক বিমানবন্দৰ, তিৰুৱনন্তপুৰম বিমানবন্দৰ আদানী গ্ৰুপে পৰিচালনা কৰি আহিছে।
মুম্বাই ছত্ৰপতি শিৱাজী মহাৰাজ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ৭৪ শতাংশ অংশীদাৰিত্ব আদানীৰ হাতত। নৱী মুম্বাই বিমানবন্দৰ ৭৪ শতাংশ মালিক আদানী।
পঢ়িবলৈ ক্লিক কৰক