লালকিল্লাৰ ৰং পূৰ্বতে কি আছিল জানেনে?

14 AUG 2025

TV9 ASSAM

দিল্লীস্থিত লালকিল্লা ভাৰতৰ গুৰুত্বপূৰ্ণ অংশ।ই ভাৰতৰ ইতিহাসক দৰ্শায়।  প্ৰতিবছৰে স্বাধীনতা দিৱসত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে লালকিল্লাত পতাকা উত্তোলন কৰে।

লালকিল্লা

কোৱা হয়, মোগল বাদশ্বাহ শ্বাহজাহানে নিজৰ ৰাজধানী আগ্ৰাৰ পৰা দিল্লীলৈ স্থানান্তৰ কৰাৰ সিদ্ধান্ত লৈছিল। তেতিয়াই লালকিল্লাৰ শিলান্যাস  (১৬২৮-৫৮) কৰা হৈছিল।

লালকিল্লা

লালকিল্লা ২৫৫ একৰ ভূমিত বিয়পি আছে। কোৱা হয়, নিৰ্মাণৰ সময়ত ইয়াৰ ৰং সম্পূৰ্ণ ৰঙা নাছিল। বগা মাৰ্বল আৰু ৰঙা বেলেগ বেলেগ শিল মিহলাই নিৰ্মাণ কৰা হৈছিল।

দিল্লীত আছে

যাৰ বাবে প্ৰথম পৰ্যায়ত লালকিল্লাৰ ৰং বগা আৰু ৰঙা দুয়োটা আছিল। আনকি ইয়াৰ বিভিন্ন অংশ মাত্ৰ বগাহে আছিল।

ৰঙা-বগা

বহু ইতিহাসবিদৰ মতে, এই কিলাটোত পাছত ব্ৰিটিছে সংৰক্ষিত কৰে আৰু ৰঙা ৰং দিয়ে। কিছুমানৰ মতে,দুৰ্গটোৰ দেৱালসমূহ ৰঙা ৰঙৰ পাথৰেৰে নিৰ্মাণ কৰা হৈছিল।

ইতিহাস

অৱশ্যে বৰ্তমান সময়তো লালকিল্লাৰ বহু অংশ বগা পাথৰেৰে নিৰ্মাণ হোৱা দেখা যায়। কোৱা হয় লালকিল্লা সম্পূৰ্ণৰূপে ৰঙা কেতিয়াও নাছিল।

বৰ্তমান

লালকিল্লা মোগল শাসনৰ গৌৰৱৰ প্ৰতিনিধি এই কিল্লা মোগল স্থাপত্য, শিল্পকৌশল আৰু সৃষ্টিশীলতাৰ স্বৰ্ণযুগৰ অনুপম এটি নিদৰ্শন। 

লালকিল্লা

পঢ়িবলৈ ক্লিক কৰক

১৯৪৭ ত কিমান হিন্দু আহিছিল