29 Oct 2024
TV9 ASSAM
লেবাননৰ হিজবুল্লাহ বিদ্ৰোহী সংগঠনে নাইম কাছিমক নতুন নেতা হিচাপে নিৰ্বাচিত কৰিছে।
হাছান নছৰল্লাহৰ মৃত্যুৰ প্ৰায় এমাহৰ পাছত হিজবুল্লাহে নিজৰ নেতা নিৰ্বাচিত কৰিছে ।
ইজৰাইলৰ বিমান আক্ৰমণত নিহত হৈছিল হিজবুল্লাহ মুৰব্বী হাছান নছৰল্লাহৰ ।
নাইম কাছিমে দীৰ্ঘদিন ধৰি হাছান নছৰল্লাহৰ সহায়ক হিচাপে কাম কৰি আহিছিল ।
হাছান নছৰল্লাহৰ মৃত্যুৰ পাছত হিজবুল্লাহৰ ভাৰপ্ৰাপ্ত নেতাৰ দায়িত্বত আছিল নাইম কাছিম ।
নাইম কাছিমক নতুন নেতা হিচাপে নিৰ্বাচিত কৰাৰ কথা এক বিবৃতিৰ জৰিয়তে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে হিজবুল্লাহে ।
হিজবুল্লাহৰ দীৰ্ঘদিনীয়া আলোচনাৰ অন্তত নাইম কাছিমক নতুন নেতা হিচাপে নিৰ্বাচিত কৰিছে।
পঢ়িবলৈ ক্লিক কৰক