শীতকালত এই ৩ বিধ খাদ্যই হৃদযন্ত্ৰ কৰিব পাৰে দুৰ্বল

08 Jan 2026

TV9 ASSAM

শীতকালত সামগ্ৰিক স্বাস্থ্যৰ লগতে হৃদযন্ত্ৰৰো বিশেষ যত্নৰ প্ৰয়োজন। এই সময়ত বিশেষ ৩ বিধ খাদ্য পৰিহাৰ কৰিবলৈ বিশেষজ্ঞই পৰামৰ্শ দিয়ে।

শীতৰ সুৰক্ষা

শীতকালত শৰীৰৰ বিপাকীয় ক্ৰিয়া লেহেমীয়া হয়, সেয়েহে অতিৰিক্ত তেলযুক্ত আৰু মচলাযুক্ত খাদ্যই হৃদযন্ত্ৰৰ ওপৰত অধিক চাপৰ সৃষ্টি কৰে।

ভজা-পোৰা খাদ্য

অধিক পৰিমাণে নিমখ খালে ৰক্তচাপ বৃদ্ধি পায় আৰু হৃদযন্ত্ৰৰ ওপৰত চাপ পেলায়। বেছি মিঠাই খালেও হৃদযন্ত্ৰৰ ক্ষতি কৰিব পাৰে।

অধিক নিমখ-চেনি

অত্যধিক ৰেড মিট খালে কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি পায়, যাৰ ফলত হৃদৰোগৰ আশংকা বাঢ়ি যায়। গতিকে ৰেড মিট পাৰিলে পৰিহাৰ কৰক।

ৰেড মিট

হৃদযন্ত্ৰ শক্তিশালী কৰিবলৈ নেমু, সুমথিৰা, আপেলৰ দৰে ফল আৰু সতেজ শীতকালীন শাক-পাচলি খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক।

সুষম খাদ্য

হৃদযন্ত্ৰৰ সুৰক্ষাৰ বাবে তিল, বাদাম, মাছ আদি ওমেগা-৩ সমৃদ্ধ খাদ্য খোৱাৰ অভ্যাস কৰক।

ওমেগা-৩

লগতে পৰ্যাপ্ত পানী পানৰ কৰাৰ লগতে পৰ্যাপ্ত টোপনি নিশ্চিত কৰক। ঘৰৰ ভিতৰতে যোগাসন বা পাতলীয়া ব্যায়াম কৰক মাজে মাজে ৰক্তচাপ, চুগাৰৰ মাত্ৰা পৰীক্ষা কৰাওক।

এনে অভ্যাস

পঢ়িবলৈ ক্লিক কৰক 

নিতে এইদৰে ব্যৱহাৰ কৰক কেৰেলা, পাব সুফল