খালী পেটত শুকান কিচমিচ খালে লাভ কৰিব এনে সুফল

17 May 2025

TV9 ASSAM

শুকান কিচমিচত ভিটামিন বি-কম্প্লেক্স, আইৰণ, কেলচিয়াম, পটাছিয়াম, মেগনেছিয়াম, ফাইবাৰ, ফছফৰাছ, জিংক, এণ্টিঅক্সিডেণ্ট আদি উপাদান থাকে।

শুকান কিচমিচ

শুকান কিচমিচত প্ৰচুৰ পৰিমাণে পুষ্টিকৰ উপাদান থাকে। গ্ৰীষ্মকালত খালী পেটত খালে স্বাস্থ্যৰ বহু উপকাৰ পোৱা যায়। জানো আহক এই বিষয়ে।

উপকাৰী

শুকান কিচমিচত অধিক পৰিমাণৰ ফাইবাৰ থাকে। খালী পেটত খালে পেট পৰিষ্কাৰ হৈ থাকে। কোষ্ঠকাঠিন্য, গেছ আৰু বদহজমৰ সমস্যা হ্ৰাস কৰাত সহায় কৰে।

পাচনতন্ত্ৰ

শুকান কিচমিচত কেলচিয়াম আৰু ব’ৰন থাকে। এই উপাদানসমূহে গাঁঠিৰ বিষ কমায়। লগতে হাড়ৰ বাবেও ই অতি প্ৰয়োজনীয়।

হাড়

শুকান কিচমিচত পলিফিনল আৰু আইৰণ থাকে। এই উপাদানসমূহে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে, যিয়ে ৰোগ আৰু সংক্ৰমণৰ পৰা ৰক্ষা কৰে।

ৰোগ প্ৰতিৰোধ ক্ষমতা

শুকান কিচমিচত এণ্টিঅক্সিডেণ্ট আৰু ভিটামিন চি থাকে। এই উপাদানবোৰে ছালখন উজ্জল কৰে। লগতে পিম্পল, ব্ৰণ আৰু বলিৰেখা আঁতৰায়।

সুস্থ ছাল

শুকান কিচমিচত প্ৰচুৰ পৰিমাণে আইৰণ থাকে। ই হিম’গ্লবিন বৃদ্ধিত সহায় কৰে, যিয়ে ৰক্তহীনতা প্ৰতিৰোধ কৰে।

তেজৰ অভাৱ দূৰ

পঢ়িবলৈ ক্লিক কৰক 

ৰাসায়নিক দ্ৰব্য মিহলি মগু চিনাৰ উপায়