Smiling Woman Eating Yogurt On Sofa At Home

আহাৰ গ্ৰহণ কৰাৰ আগত দৈ খালে কি হয় ?

10 June 2025

TV9 ASSAM

Tv9-Assam-Logo

Photos Credit: Getty Images

Bowl Of Orange Curd Creme With Popped Quinoa

বহুতৰে খাদ্যৰ লগত দৈ খোৱাৰ অভ্যাস আছে । কিন্তু আপুনি জানেনে যে, আহাৰ খোৱাৰ আগত দৈ খালে কি হয়?

দৈ খোৱাৰ অভ্যাস 

Bowl Of Cream Curd Sweetened With Honey

আহাৰ গ্ৰহণ কৰাৰ আগত দৈ খালে আপুনি উপকাৰ লাভ কৰিব পাৰে । এই প্ৰতিবেদনৰ জৰিয়তে জানক ইয়াৰ উপকাৰিতা কি ?

উপকাৰিতা

White Bowl Of Cream Cheese On Green Placemat

খাদ্য হজম কৰাত দৈত থকা প্ৰ’বায়’টিকে সহায় কৰে । ই পেট ফুলা, গেছ আৰু পেটৰ অন্যান্য সমস্যা হ্ৰাস কৰে।

খাদ্য হজম

আপুনি যদি আহাৰ গ্ৰহণ কৰাৰ আগত দৈ খায় তেন্তে ই খাদ্যৰ পুষ্টিকৰ উপাদান শোষণ কৰাত সহায় কৰিব পাৰে। 

শোষণত সহায়

দৈত থকা প্ৰ’বায়’টিকে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত সহায় কৰে। স্বাস্থ্যৰ বাবে টেঙা দৈ অতি উপকাৰী।

ৰোগ প্ৰতিৰোধ ক্ষমতা

কোৱা হয় যে, টেঙা দৈত প্ৰচুৰ পৰিমাণে প্ৰটিন থাকে। আহাৰ খোৱাৰ আগতে সামান্য পৰিমাণে দৈ খাব লাগে। 

প্ৰটিন থাকে

একেদৰে নিয়মিতভাৱে দৈ খালে আপোনাৰ ওজন নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰে । স্বাস্থ্যৰ সমস্যা থাকিলে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰক।

ওজন নিয়ন্ত্ৰণ

পঢ়িবলৈ ক্লিক কৰক

মানুহৰ পাছতে পৃথিৱীৰ আটাইতকৈ জ্ঞানী প্ৰাণী বিধৰ নাম কি ?