নাৰিকলৰ পানীয়ে শৰীৰক গৰমৰ পৰা শীতল কৰি ৰাখে।

1 august 2025

TV9 ASSAM

ৰাজ্যত উষ্ণতাৰ পৰিমাণ বৃদ্ধিয়ে স্বাভাৱিক জীৱন ব্যাহত কৰি তুলিছে। 

গৰম

নাৰিকলৰ তেলেই নহয়, ইয়াৰ পানীও চুলি আৰু ছালৰ বাবে উপকাৰী ।

উপকাৰ

নাৰিকলৰ পানীয়ে আপোনাৰ শৰীৰত পানীৰ ভাৰসাম্য বজাই ৰাখে। 

উপকাৰ

নাৰিকলৰ পানীত কোনো ধৰণৰ চৰ্বি নাথাকে, ফলত ওজন বৃদ্ধি নহয়।

উপকাৰ

গৰমত নাৰিকলৰ পানী সেৱনৰ ফলত ডিহাইড্ৰেচনৰ সম্ভাৱনা হ্ৰাস হয়। 

উপকাৰ

কোষ্ঠকাঠিন্যত সমস্যা থকাসকলৰ বাবে নাৰিকলৰ পানী যথেষ্ঠ উপকাৰী।

উপকাৰ

নাৰিকলৰ পানীয়ে আপোনাক হিটষ্ট্ৰ'কৰ পৰা ৰক্ষা কৰিব।

উপকাৰ

লগতে পঢ়ক

‘Saiyaara’ৰ যাদু