কণ বিলাহীৰ উপকাৰিতা

16 May 2025

TV9 ASSAM

Credits: Getty Images

অসমৰ সকলো বজাৰতে কণ বিলাহী উপলব্ধ । এই পাচলি বিধৰ বহু স্বাস্থ্য উপকাৰী গুণ আছে ।

বজাৰত উপলব্ধ

বিভিন্ন ৰোগৰ ঔষধি গুণ থকা কণ বিলাহী অসমীয়া পৰম্পৰাগত খাদ্যৰ আঞ্জাত প্ৰায়ে ব্যৱহাৰ কৰা হয় । এই বিধ বিলাহীৰ সোৱাদ সুকীয়া ।

সুকীয়া সোৱাদ

বিশেষজ্ঞৰ মতে, কণ বিলাহীয়ে বহু ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে । ছালৰ ৰোগৰ লগতে চকুৰ অসুখৰ বাবেও কণ বিলাহী উপকাৰী ।

ছালৰ ৰোগ

কচু, মাছৰ সৈতে কণ বিলাহীৰ আঞ্জা প্ৰায় সংখ্যক অসমীয়া লোকৰে প্ৰিয় । ই হাড় মজবুত কৰাৰ লগতে শৰীৰক শক্তিশালী কৰে ।

হাড় মজবুত

কোৱা হয় যে, কণ বিলাহীয়ে হজম শক্তি বৃদ্ধি কৰে। যিসকল লোকৰ হজম শক্তি দুৰ্বল তেওঁলোকে কণ বিলাহী খাব পাৰে ।

হজম শক্তি

বিশেষজ্ঞৰ মতে, ডাইবেটিচ ৰোগী সকলৰ বাবেও কণ বিলাহী উপকাৰী। কণ বিলাহীয়ে ৰসে ডাইবেটিচ নিয়ন্ত্ৰণ কৰাত যথেষ্ট সহায় কৰে ।

ডাইবেটিচ

কণ বিলাহীয়ে শৰীৰৰ বিষাক্ত পদাৰ্থ আৰু ইউৰিক এচিড আঁতৰ কৰাত সহায় কৰে বুলি কোৱা হয় । কণ বিলাহীয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে ।

বিষাক্ত পদাৰ্থ 

পঢ়িবলৈ ক্লিক কৰক

ব্ৰেইন টিউমাৰৰ লক্ষণ