দৈনিক বিটৰ ৰস কিয় খাব লাগে?

December 3, 2025

TV9 ASSAM

স্বাস্থ্যৰ বিভিন্ন জটিল ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত বিট ৰস অতি উপকাৰী। হৃদযন্ত্ৰৰ স্বাস্থ্যৰ পৰা ওজন নিয়ন্ত্ৰণ, ৰক্তচাপ নিয়ন্ত্ৰণলৈকে ইয়াৰ উপকাৰিতা জানক।

বিট ৰস 

বিটৰ ৰসে ৰক্তবাহী নলীৰ সংকোচন হ্ৰাস কৰে। শৰীৰত ধৰি ৰাখিলে ৰক্তচাপ হ্ৰাস পায়, ৰক্ত সঞ্চালন বৃদ্ধি পায়। ইয়াৰ হৃদযন্ত্ৰ স্বাস্থ্য বজাই ৰাখে।

হৃদযন্ত্ৰ 

বিটত কেলৰি অতি কম। চৰ্বি প্ৰায় নাই। গতিকে যিসকলে ওজন কমাবলৈ চেষ্টা কৰিছে তেওঁলোকৰ বাবে বিট অতি উত্তম খাদ্য।

ওজন নিয়ন্ত্ৰণ

বিটত প্ৰচুৰ পৰিমাণে নাইট্ৰেট থাকে, যাৰ ফলত শৰীৰত নাইট্ৰিক অক্সাইড উৎপন্ন হয়। ইয়াৰ ফলত ৰক্তবাহী নলীবোৰ প্ৰসাৰিত হয়। ফলত উচ্চ ৰক্তচাপ নিয়ন্ত্ৰিত হয়।

ৰক্তচাপ নিয়ন্ত্ৰণ

শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰোৱাত বিট অতি ফলপ্ৰসূ। বহু গৱেষণাৰ পৰা দেখা গৈছে যে, বিটে তেজত ৰক্তকণিকাৰ সংখ্যা বৃদ্ধি কৰে।

তেজ বিশুদ্ধ কৰে

বিটত আইৰণ, ফাইবাৰ, পটাছিয়াম, মেংগানিজ আদি বিভিন্ন প্ৰয়োজনীয় পুষ্টিকৰ উপাদান থাকে। ফলত যদি আপুনি দৈনন্দিন খাদ্যত বিট অন্তৰ্ভুক্ত কৰে তেন্তে ই শৰীৰৰ বাবে উপকাৰী।

পুষ্টিকৰ উপাদানৰে সমৃদ্ধ

বিটত বিটানিন থাকে। এই কাৰণেই ইয়াৰ ৰং ৰঙা। বিটানিন এবিধ এন্টিঅক্সিডেন্টও ! ফলত শৰীৰৰ বাবে ই যথেষ্ট উপকাৰী।

এন্টিঅক্সিডেন্ট

পঢ়িবলৈ ক্লিক কৰক

লিভাৰৰ সমস্যাৰ পৰা উপশম পাবলৈ আদাৰ লগত আৰু কি কি খাব ?