পঁইতা ভাত আপোনাৰ প্ৰিয় খাদ্য নেকি?
19 June 2025
TV9 ASSAM
অতীতৰ পৰা আমাৰ সমাজত প্ৰচলিত এবিধ খাদ্য হৈছে পঁইতা ভাত।
পঁইতা ভাত
সিজোৱা ভাত গোটেই নিশা পানীত তিয়াই ৰাখি, পিছদিনা খোৱা হয়।
পঁইতা ভাত
পানীত তিয়াই ৰখা বাবে ই সামান্য টেঙা হৈ পৰে। বিশেষকৈ গৰমত অসমীয়াৰ প্ৰিয় খাদ্য।
প্ৰিয়
এইবিধ ভাতক দেশৰ ভিন্ন প্ৰান্তত বেলেগ বেলেগ নামেৰে জনা যায়।
পঁইতা ভাত
কোষ্ঠকাঠিন্য দূৰ কৰাৰ উপৰিও পেটৰ আন ৰোগ দূৰ কৰাত সহায়ক হয়।
উপকাৰ
পঁইতা ভাতে মানুহৰ কৰ্মশক্তি বঢ়ায় আৰু শৰীৰটোক শীতল কৰি ৰাখে।
উপকাৰ
পঁইতা ভাতত অধিক পৰিমাণৰ পটাচিয়াম থাকে। ই মানুহৰ ৰক্তচাপ নিয়ন্ত্ৰিত হৈ থাকে।
উপকাৰ
চাবলৈ ক্লিক কৰক
ৰণবীৰৰ পৰিয়াল
Learn more