12 Dec 2025
TV9 ASSAM
আপোনাৰ পেটত বাৰে বাৰে গেছ হয় নেকি? সকলো সময়তে ইয়াৰ কাৰণ বেয়া খাদ্য নহয়। বহু সময়ত পাচনতন্ত্ৰৰ লগত জড়িত সমস্যাৰ ই ইংগতি হ'ব পাৰে।
মেক্স হাস্পাতালত ডাঃ ৰোহিত কাপুৰে কয় যে, IBSত অন্ত্ৰৰ গতি অসামান্য হয়। যাৰ ফলত পেটত গেছ, বিষ, পেট ফুলা আদিৰ সমস্যা হোৱা দেখা যায়।
গাখীৰ বা দুগ্ধজাত সামগ্ৰীৰ পৰা পেটৰ সমস্যা হ'ব পাৰে। এনে অৱস্থাত পেটত গেছ, বদহজম, পেট ফুলা আদি সমস্যাৰ সৃষ্টি হ'ব পাৰে।
ঘেঁহুৰ দৰে কিছুমান বস্তু কেতিয়াবা শৰীৰে হজম কৰিব নোৱাৰে। যাৰ ফলত গেছ আৰু বদহজম হয়।
GERD বা গেষ্ট্ৰোএচোফেজিয়েল ৰিফ্লিক্স ডিজিটত পেটৰ এচিড ওপৰলৈ আহে। যাৰ ফলত বুকুত জলা পোৱাৰ, টেঙা উগাৰ, গেছৰ সমস্যা আদি হয়।
অন্ত্ৰত বেক্টেৰিয়াৰ সংক্ৰমণ বা ভাৰসাম্য বিঘ্নিত হোৱাৰ ফলত পাচন প্ৰক্ৰিয়া বিঘ্নিত হয়। ইয়াৰ ফলত বাৰে বাৰে গেছ হ'ব পাৰে।
তেল-মচলাযুক্ত খাদ্য় কমকৈ খাব। খাদ্য় লাহে লাহে খাব। পানী খাব। ব্যায়াম কৰা দৰকাৰ। ইয়াৰোপৰি দীৰ্ঘদিন এনে সমস্যা হ'লে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰা প্ৰয়োজন।
পঢ়িবলৈ ক্লিক কৰক