দুই ফুটা নহৰুৱে বঢ়াব আপোনাৰ শক্তি!
21 december 2025
TV9 ASSAM
কেঁচা নহৰু খালে আৰু কি কি উপকাৰ হয় সেই বিষয়েও জানো আহক।
উপকাৰ
নহৰুক এচপ্ৰিনৰ দৰে কাম কৰা দেখা যায়, গতিকে নহৰুৱে ষ্ট্ৰকৰ সম্ভাৱনা হ্ৰাস কৰে।
উপকাৰ
উচ্চ ৰক্তচাপ কমোৱাত নহৰু সহায়ক।
উপকাৰ
ইমিউনিটি বঢ়োৱাত সহায়ক- নহৰু চাহ বনাই লগত সামান্য আদা বা মৌজোল মিহলাই খাব।
উপকাৰ
নহৰুৰ এন্টি-বেক্টেৰিয়েল, এন্টি-ভাইৰেল আৰু এন্টি-ফাংগেল গুণ প্ৰমাণিত হৈছে।
উপকাৰ
চৰ্মৰোগ যেনে স্কেৰ’ডাৰ্মা আদিৰ চিকিৎসাত সহায়ক।
উপকাৰ
প্ৰথমে চিকিৎসকৰ লগত কথা পাতক আৰু তাৰ পিছত কেঁচা নহৰু সেৱন কৰক।
উপকাৰ
লগতে পঢ়ক
হ্ৰাস নে বৃদ্ধিডাকঘৰৰ আঁচনিয়ে কৰিব ধনী! সোণৰ মূল্য?
Learn more