৫০০ বছৰ পাছত গণেশ চতুৰ্থীত বিৰল সংযোগ

26  AUG 2025

TV9 ASSAM

হিন্দু ধৰ্মত গণেশ চতুৰ্থীৰ বিশেষ মহত্ব আছে। চলিত বৰ্ষত ২৭ আগষ্টত গণেশ চতুৰ্থী পালন কৰা হ'ব। মান্যতা অনুসৰি এই দিনটোত গণেশৰ জন্ম হৈছিল।

গণেশ চতুৰ্থী 

জ্যোতিষ শাস্ত্ৰ অনুসৰি, এইবাৰ গণেশ চতুৰ্থী অতি বিশেষ। কিয়নো ৫০০ বছৰ পাছত গণেশ চতুৰ্থীত অতি দুৰ্লভ সংযোগ হ'ব। যি কিছুমান ৰাশিৰ বাবে ভাল।

৫০০ বছৰ পাছত

এইবাৰ গণেশ চতুৰ্থীত সৰ্বাৰ্থ সিদ্ধি যোগ, ৰবি যোগ, প্ৰীতি যোগ, ইন্দ্ৰ যোগ, ব্ৰহ্ম যোগ গঠন হ'ব। গতিকে এই সময়চোৱা কিছুমান ৰাশিৰ লোকৰ বাবে ভাল হ'ব।

সংযোগ

এই সময়চোৱাত কিছুমান ৰাশিৰ কৰো ধন লাভৰ যোগ আছে। ইয়াৰোপৰি কিছুমানৰ কেৰিয়াৰত সফলতা আহিব। জীৱনলৈ সুখ আহিব।

কি কি হ'ব

এই ৰাশিৰ লোকৰ আৰ্থিক উন্নতি হ'ব পাৰে। আয়ৰ নতুন বাট মুকলি হ'ব। যাৰ ফলত হাতলৈ ধন আহিব। ইয়াৰোপৰি জীৱনলৈ সুখ আহিব।

তুলা ৰাশি

এই ৰাশিৰ লোকৰ চাকৰিত পদোন্নতি হ'ব পাৰে। আয়ৰ নতুন বাট মুকলি হ'ব। হঠাতে ধন লাভ কৰিব। আৰ্থিক সমস্যা দূৰ হ'ব। সফলতা লাভ কৰিব।

মকৰ ৰাশি

বিদেশলৈ যোৱাৰ যোগ আছে। হাতলৈ বহু ধন আহিব পাৰে। ভৱিষ্যতৰ আৰ্থিক উন্নতিৰ বাট মুকলি হ'ব। আয় বৃদ্ধি হ'ব। জীৱনলৈ সুখ-সমৃদ্ধি আহিব। ব্যৱসায়ত ভাল হ'ব।

কুম্ভ ৰাশি

পঢ়িবলৈ ক্লিক কৰক 

গণেশ চতুৰ্থী