24 AUG 2025
TV9 ASSAM
হিন্দু ধৰ্মত গণেশ চতুৰ্থীৰ বিশেষ মহত্ব আছে। এই দিনটোত ভগৱানৰ জন্ম হৈছিল বুলি কোৱা হয়। প্ৰতি বছৰে ভাদ মাহৰ শুক্ল পক্ষৰ চতুৰ্থী তিথিত এই পূজা কৰা হয়।
এইবাৰ গণেশ চতুৰ্থী ২৭ আগষ্টত। আনহাতে বিসৰ্জনৰ সময় ৭ ছেপ্টেম্বৰ। কিছুমান ৰাজ্যত গণেশ চতুৰ্থী ১০ দিন পৰ্যন্ত পালন কৰা হয়।
মান্যতা অনুসৰি, ভগৱান গণেশৰ কেইটামান প্ৰিয় ৰাশি আছে। গতিকে গণেশ চতুৰ্থীৰ সময়ত এই ৪ টা ৰাশিৰ ওপৰত ভাল প্ৰভাৱ পৰে। এই ৰাশিৰ লোকে গণেশৰ বিশেষ কৃপা লাভ কৰিব।
আত্মবিশ্বাস বৃদ্ধি পাব। নতুন কামৰ আৰম্ভণি কৰিলে সফলতা লাভ কৰিব। বিনিয়োগ কৰিলে লাভ হ'ব পাৰে। জীৱনৰ বাধা দূৰ হ'ব। জীৱনত সুখ আহিব।
এই ৰাশিৰ কেৰিয়াৰত উন্নতি হ'ব। পাৰিবাৰিক জীৱন সুখময় হব। আৰ্থিক স্থিতি উন্নত হব। চাকৰিয়ালসকলৰ পদোন্নতিৰ যোগ আছে।
এই ৰাশিৰ লোকৰ সম্পৰ্কসমূহ উন্নত হ'ব। দাম্পত্য জীৱন ভাল হব। স্বাস্থ্য ভালে থাকিব। উন্নতি তথা সফলতাৰ নতুন পথ মুকলি হ'ব। গণেশৰ পূজা কৰিব।
ভাগ্যই লগ দিব। লক্ষ্য আগত ৰাখি কাম কৰিব। মান-সন্মান বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। চাকৰি বা ব্যৱসায়ত সফলতা লাভ কৰিব। আৰ্থিক দিশটো ভাল হ'ব পাৰে।
পঢ়িবলৈ ক্লিক কৰক