খোল খাব ভাগ্যৰ দুৱাৰ, কৰক মাত্ৰ এই কাম...

24  AUG 2025

TV9 ASSAM

গৰুড় পুৰাণত ভগৱান বিষ্ণু আৰু তেওঁৰ বাহন গৰুড়ৰ মাজত হোৱা বাৰ্তা আছে। ইয়াত ব্ৰহ্মাণ্ড, আত্মাৰ প্ৰকৃতি আৰু ধৰ্মৰ বিষয়ে বহু কথা উল্লেখ আছে।

গৰুড় পুৰাণ

ধৰ্মীয় মান্যতা অনুসৰি,যিসকলে গৰুড় পুৰাণৰ উপায় পালন কৰে সেইসকলৰ জীৱন সুখময় হয়। দুখ-দুৰ্দশা দূৰ হয়।

মান্যতা

গৰুড় পুৰাণত এনে কিছুমান উপায় আছে যি পালন কৰে জীৱনত ইতিবাচক প্ৰভাৱ পৰে। ইয়াৰ দ্বাৰা মানুহ ভাগ্যশালী হয়।

উপায়

পপুৱা শুই উঠাৰ পাছত দিনটোৰ আৰম্ভণি ভগৱানৰ দৰ্শনেৰে কৰিব লাগে। যি ব্যক্তিয়ে প্ৰতিদিনে পূজা-পাঠ কৰে তেনে লোকসকলে ভগৱানৰ কৃপা লাভ কৰে।

ভগৱান

খাদ্য খোৱাৰ পূৰ্বে সেই খাদ্যৰ অলপ অংশ ভগৱানক অৰ্পন কৰিব লাগে। ইয়াৰোপৰি দৰিদ্ৰ বা আৰ্তজনক খাদ্য খাবলৈ দিলে জীৱনলৈ সুখ আহে।

খাদ্য

পদান এক মহান কাম। নিজৰ সামৰ্থ অনুসৰি যি ব্যক্তিয়ে দান কৰে সেয়া পুণ্য হৈ পৰে। ইয়াৰ ফলত জীৱনত থকা সকলো দুখ-কষ্ট লাঘৱ হয় বুলি কোৱা হয়।

দান

পসকলো মানুহে দিনটোত এবাৰ অন্তত চিন্তা কৰিব লাগে যে তেওঁ কি ভাল কৰিলে আৰু কি বেয়া। আত্মনিৰীক্ষণে মানুহৰ ব্যৱহাৰ ভাল কৰাৰ লগতে উন্নতিৰ দিশলৈ লৈ যায়।

চিন্তা

পঢ়িবলৈ ক্লিক কৰক 

বৃক্ক বিকলৰ লক্ষণ