প্ৰস্ৰাৱত ফেন অহা কি ৰোগৰ লক্ষণ জানক...

5 June 2025

TV9 ASSAM

প্ৰস্ৰাৱত অলপ ফেন উঠা সাধাৰণ কথা। কিন্তু যেতিয়া প্ৰস্ৰাৱত অত্যাধিক পৰিমাণৰ ফেন উঠে তেন্তে ই কোনো ৰোগৰ লক্ষণ হ'ব পাৰে। গতিকে ইয়াৰ বিষয়ে জনা দৰকাৰ।

প্ৰস্ৰাৱত ফেন

ফেনযুক্ত প্ৰস্ৰাৱত সাধাৰণতে প্ৰ'টিন থাকে। অৰ্থাত বৃক্কই শৰীৰৰ পৰা প্ৰ'টিন ভালদৰে ফিল্টাৰ কৰিব নোৱাৰে। এই স্থিতিক প্ৰ'টিন ইউৰিয়া বুলি কোৱা হয়। ই বহু ৰোগৰ লক্ষণ হ'ব পাৰে।

ৰোগ

মেক্স হাস্পাতালৰ ডাঃ ৰোহিত কুমাৰে কয় যে, ফেনযুক্ত প্ৰস্ৰাৱ ক্ৰনিক কিডনী ৰোগৰ প্ৰাৰম্ভিক লক্ষণ হ'ব পাৰে। এই ৰোগত বৃক্কই লাহে লাহে কাম কৰা বন্ধ কৰে আৰু প্ৰস্ৰাৱত প্ৰ'টিন বাহিৰ কৰে।

বৃক্ক বিকল

ডায়েবেটিছত ব্লাড চুগাৰ বেছি হোৱাৰ ফলত বৃক্কত প্ৰভাৱ পৰে।  যাৰ বাবে প্ৰস্ৰাৱত প্ৰ'টিনৰ মাত্ৰা বাঢ়ি যায়।  প্ৰস্ৰাৱত ফেন অহা ইয়াৰ প্ৰাৰম্ভিক লক্ষণ হ'ব পাৰে।

ডায়েবেটিছ

অহৰহ উচ্চ ৰক্তচাপৰ সমস্যা হোৱাৰ ফলত বৃক্কৰ কোষবোৰ দুৰ্বল হৈ পৰিব পাৰে। যাৰ ফলত প্ৰস্ৰাৱত প্ৰ'টিন আৰু ফেন আহিব পাৰে। অৱশ্যে অলপ ফেন অহা সাধাৰণ কথা।

উচ্চ ৰক্তচাপ

ইউৰিনৰী ট্ৰেক্ট ইনফেকশ্যনৰ বাবে প্ৰস্ৰাৱত ফেন আহিব পাৰে। ইয়াৰ ফলত জ্বলা পোৰা, বেয়া গোন্ধ আৰু বাৰে বাৰে প্ৰস্ৰাৱ লাগিব লাগে। বিশেষকৈ মহিলাসকলৰ এই ৰোগ হয়।

ইউ টি আই

এমাইলাইডোছিচৰ বাবে শৰীৰত অধিক প্ৰ'টিন জমা হয় যিয়ে বৃক্কত প্ৰভাৱিত কৰে আৰু প্ৰস্ৰাৱত তেতিয়া ফেন আহে। এই ক্ষেত্ৰত অধিক জানিবলৈ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা দৰকাৰ।

এমাইলাইডোছিচ

পঢ়িবলৈ ক্লিক কৰক 

ভিটামিন E ৰ অভাৱৰ লক্ষণ