এই ৫ বিধ খাদ্য ভাল বৃক্কৰ স্বাস্থ্যৰ বাবে!

13  Dec 2025

TV9 ASSAM

বৃক্ক আমাৰ শৰীৰৰ গুৰুত্বপূৰ্ণ অংগ। ই শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ বাহিৰ কৰি শৰীৰ সুস্থ কৰি ৰখাত সহায় কৰে। কিন্তু আজিকালি বৃক্কজনিত সমস্যা বৃদ্ধি পাইছে।

বৃক্ক

কিছুমান এনে খাদ্য আছে যি বৃক্কৰ বাবে ভাল। অৱশ্যে আপোনাৰ যদি বিশেষ কিবা ৰোগ আছে তেন্তে খাদ্য গ্ৰহণ কৰাৰ আগতে বিশেষজ্ঞৰ পৰামৰ্শ ল'ব লাগে।

খাদ্য

সেউজীয়া শাক-পাচলি বৃক্কৰ বাবে ভাল। ইয়াত লো পটেছিয়াম থাকে যত ফাইবাৰ, ভিটামিন আৰু মিনাৰেল্স থাকে। যিয়ে শৰীৰৰ বেয়া পদাৰ্থ বাহিৰ কৰাত সহায় কৰে।

শাক-পাচলি

ফেটি ফিচ বৃক্কৰ বাবে ভাল। ইয়াত অমেগা ৩ ফেটি এচিড থাকে, য়িয়ে ফুলা আৰু ব্লাজ ফেট কম কৰাত সহায় কৰে। যাৰ ফলত হৃদযন্ত্ৰ আৰু বৃক্ক সুস্থ হৈ থকাত সহায় হয়।

ফেটি ফিচ

নহৰুত এন্টিঅক্সিডেন্ট আৰু এন্টিইমফেলেমটৰী থাকে। যিয়ে  বৃক্ক সুস্থ থকাত সহায় কৰে। এই ক্ষেত্ৰত আপোনাৰ কোনো বিশেষ ৰোগ নাথাকিলে কেঁচা নহৰু খাব পাৰে।

নহৰু

ৰঙা ছিমলা মিৰ্ছত পটেছিয়াম কম আৰু ভিটামিন এ, চি, বি৬, ফলিক এচিজ আদি থাকে। ই বৃক্কক হেঁচা নিদিয়াকৈ শৰীৰক পুষ্টি যোগান ধৰে। যাৰ বাবে ই বৃক্কৰ বাবে ভাল।

ছিমলা মিৰ্ছ

ব্লু বেৰী,ষ্ট্ৰবেৰী, ক্ৰেনবেৰী,ৰঙা আঙুৰ, চেৰী আদিত ফাইবাৰ, ভিটামিন চি, এন্টিঅক্সিডেন্টছ থাকে। যিয়ে বৃক্ক সুস্থ কৰি ৰখাত সহায় কৰে।

বেৰিজ

পঢ়িবলৈ ক্লিক কৰক

তল  পেটৰ বিষৰ কাৰণ