মাছত পোৱা অমেগা-৩ ফেটি এচিডে শৰীৰৰ উপকাৰ সাধন কৰে।

7 Nov 2025

TV9 ASSAM

হৃদয় আৰু ধমনী অংশ শক্তিশালী কৰি তোলে মাছে। 

উপকাৰ

ই ধমনীবিলাকত তেজ গোট মৰাত বাধা প্ৰদান কৰে।

উপকাৰ

মাছ খালে চকুৰ দৃষ্টিশক্তি বাঢ়ে আৰু চকুৰ অন্য সমস্যাও দূৰ হয়।

উপকাৰ

ইয়াৰ দ্বাৰা চকুৰ বিষ আঁতৰে আৰু মাংসপেশীবোৰ শক্তিশালী হয়।

উপকাৰ

মাছত উপলব্ধ অমেগা-৩ ফেটি এচিডে মস্তিষ্কৰ অৱসাদ আৰু দূঃচিন্তা দূৰ কৰে।

উপকাৰ

গেলা, বৰফত ৰখা, বেছিকৈ ভজা মাছৰ ঔষধি গুণ প্ৰায় নাথাকে বুলি ক'ব পাৰি। 

উপকাৰ

 বৰং তেনেধৰণৰ মাছে উপকাৰতকৈ অপকাৰহে কৰে।

উপকাৰ

লগতে পঢ়ক

গামোচাত হিয়াৰ আমঠু জুবিন গাৰ্গ