এই ৫টা সহজ টিপ্‌ছে দিনটো সতেজ কৰি ৰাখিব আপোনাক

22 Jan 2026

TV9 ASSAM

কিছুলোকে দিনটো কামৰ সময়তো অত্যন্ত ভাগৰুৱা অনুভৱ কৰি থাকে। কিছুমান সহজ টিপছে এইক্ষেত্ৰত সকাহ দিব পাৰে।

অৱসাদ

দৈনিক ৭-৮ ঘণ্টা গভীৰ টোপনি শৰীৰৰ বাবে অপৰিহাৰ্য। নিশা সোনকালে শোৱা আৰু পুৱা সোনকালে উঠাৰ অভ্যাসে দিনটোৰ বাবে প্ৰয়োজনীয় শক্তি যোগায়।

পৰ্যাপ্ত টোপনি

পুৱা মাত্ৰ ২০-৩০ মিনিট খোজ কঢ়া, যোগাসন বা যিকোনো পাতল ব্যায়াম কৰক। ই শৰীৰত ৰক্ত সঞ্চালন বৃদ্ধি কৰি আপোনাক দিনটোৰ বাবে কৰ্মঠ কৰি তুলিব।

দৈনিক ব্যায়াম

কেতিয়াও ব্ৰেকফাষ্ট গ্ৰহণ কৰিবলৈ নাপাহৰিব। জাংক ফুড পৰিহাৰ কৰি ঘৰত ৰন্ধা পুষ্টিকৰ খাদ্য আৰু প্ৰচুৰ পানী (২-৩ লিটাৰ) খাওক।

স্বাস্থ্যকৰ আহাৰ

একেৰাহে কাম নকৰি মাজে মাজে চুটি বিৰতি লওক। ই মানসিক ভাগৰ দূৰ কৰাৰ লগতে কামৰ উৎপাদনশীলতা আৰু মনোযোগ বৃদ্ধি কৰাত সহায় কৰে।

কামৰ মাজত জিৰণি

মানসিক চাপ আঁতৰাবলৈ দৈনিক ৫-১০ মিনিট ধ্যান কৰক। ই মন শান্ত ৰাখে আৰু শৰীৰৰ এলেহুৱা ভাৱ আঁতৰ কৰে।

মানসিক প্রশান্তি

পঢ়িবলৈ ক্লিক কৰক 

জাৰতো অতি ঘমাৰ কাৰণ হ'ব পাৰে এনে সমস্যা