TV9 ASSAM
চিকিৎসা বিজ্ঞানৰ মতে, ঋতু নিৰ্বিশেষে বা গৰম নথকাকৈও শৰীৰৰ পৰা অত্যধিক ঘাম ওলোৱা অৱস্থাক 'হাইপাৰহাইড্ৰ’ছিছ' বুলি কোৱা হয়।
থাইৰয়ড গ্ৰন্থিয়ে অতিৰিক্ত হৰম’ন নিঃসৰণ কৰিলে শৰীৰৰ বিপাকীয় হাৰ বাঢ়ি যায়, যাৰ ফলত অস্বাভাৱিকভাৱে ঘাম ওলাব পাৰে।
ব্লাড চুগাৰৰ পৰিমাণ হঠাৎ কমি গ’লে শৰীৰে সঁহাৰি হিচাপে অধিক ঘাম নিৰ্গত কৰে। ইয়াৰ লগত মূৰ ঘূৰোৱা বা দুৰ্বলতাও দেখা দিব পাৰে।
চিকিৎসাবিজ্ঞানৰ মতে, কিছুমান বিশেষ ধৰণৰ কেঞ্চাৰ যেনে লিম্ফ’মা (Lymphoma) হ’লে ৰাতিৰ ভাগত অত্যধিক ঘাম ওলোৱা দেখা যায়।
বিশেষকৈ নিশাৰ ভাগত অত্যধিক ঘাম ওলোৱাটো যক্ষ্মা (TB) বা HIV-ৰ দৰে মাৰাত্মক ভাইৰাছৰ সংক্ৰমণৰ আগজাননী হ’ব পাৰে।
শৰীৰৰ স্বয়ংক্ৰিয় স্নায়ুতন্ত্ৰই সঠিকভাৱে কাম নকৰিলে ঘাম নিয়ন্ত্ৰণ কৰা প্ৰক্ৰিয়াটো বাধাপ্ৰাপ্ত হয়, যিটো পাৰ্কিনছন ৰোগৰো লক্ষণ হ’ব পাৰে।
পঢ়িবলৈ ক্লিক কৰক
চকুৰ এইসমূহ সমস্যাৰ কাৰণ হ'ব পাৰে ডায়েবেটিছ