ফেটি লিভাৰৰ Grade-3 লক্ষণসমূহ

3 June 2925

TV9 ASSAM

Photo Credits: Getty Images

ফেটি লিভাৰ এক গুৰুতৰ সমস্যা। ইয়াৰ লক্ষণ আৰম্ভণিতে দেখা যায়। কিন্তু, আওকাণ কৰাৰ বাবে এই সমস্যাটো গুৰুতৰ হৈ পৰে।

আওকাণ নকৰিব

যেতিয়া Grade-3  হয়, তেতিয়া ৬৬ শতাংশতকৈ অধিক চৰ্বি যকৃতত জমা হয় আৰু যকৃতে নিজৰ কাম সঠিকভাৱে কৰিব নোৱাৰে।

Grade-3 পৰ্যায়

এই অৱস্থাটো অতি গুৰুতৰ আৰু চিকিৎসাও অতি কঠিন। ইয়াৰ লক্ষণসমূহ জানক ।

চিকিৎসা কঠিন

ফেটি লিভাৰ Grade-3 পৰ্যায় পালে বহুত ভাগৰুৱা অনুভৱ কৰিব পাৰে । ইয়াৰ লগতে অহৰহ দুৰ্বলতা অনুভৱ হয়।

ভাগৰুৱা অনুভৱ

পেটৰ ওপৰৰ অংশত বিষ আৰু অস্বস্তিৰ সৃষ্টি হয়। পানী খোৱাৰ পাছত পেট ফুলিব পাৰে। জণ্ডিচৰ দৰে ৰোগো হ’ব পাৰে।

বিষ

অকাৰণতে হঠাৎ ওজন কমি যোৱা আৰু সদায় বমিৰ দৰে অনুভৱ কৰাটোৱেই ইয়াৰ প্ৰধান লক্ষণ।

ওজন কমি যোৱা

Grade-3 ৰ ফেটি লিভাৰৰ প্ৰধান কাৰণ হ’ল প্ৰচুৰ পৰিমাণে আৰু দীৰ্ঘদিন ধৰি সুৰা সেৱন কৰা। গতিকে সুৰা সেৱন পৰিহাৰ কৰক ।

সুৰা সেৱন

পঢ়িবলৈ ক্লিক কৰক

গ্ৰীষ্মকালত চকুৰ সংক্ৰমণ ৰোধ কৰাৰ উপায়