চাহ খালে ফেটি লিভাৰ হয় নেকি?

25  May 2025

TV9 ASSAM

Pic credits: Getty Images

যকৃতত অতিৰিক্ত চৰ্বি জমা হোৱা অৱস্থা হ’ল ফেটি লিভাৰ। ই যকৃতৰ কাম-কাজত প্ৰভাৱ পেলায়। ইয়াৰ বাবে যকৃতৰ কৰ্কট ৰোগৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে।

ফেটি লিভাৰ

অত্যধিক মদ্যপান, বেয়া খাদ্য, ধূমপান, মেদবহুলতা আৰু ব্যায়ামৰ অভাৱৰ বাবে ফেটি লিভাৰৰ সমস্যা হয়।

কাৰণ

বেছিভাগ মানুহেই চাহ খাই ভাল পায়। এতিয়া চাহ খালে ফেটি লিভাৰ হয় নে নহয় জানো আহক।

চাহ আৰু ফেটি লিভাৰ

সাধাৰণ পৰিমাণত গাখীৰৰ চাহ খালে প্ৰত্যক্ষভাৱে ফেটি লিভাৰ নহয়, কিন্তু অতিৰিক্ত চেনি, গাখীৰ আৰু ক্ৰীমযুক্ত চাহ দিনটোত কেইবাবাৰো খালে শৰীৰত চৰ্বি বৃদ্ধি কৰি ফেটি লিভাৰৰ আশংকা থাকিব পাৰে।

খাব পাৰি নে?

বেছিকৈ চাহ খালে টোপনিৰ সমস্যা, পাচনতন্ত্ৰৰ সমস্যা, ভোক নলগা আৰু যকৃতত চাপ আদি হ’ব পাৰে।

 ক্ষতি

গ্ৰীণ টিত এন্টিঅক্সিডেন্ট থাকে, যিয়ে লিভাৰ পৰিষ্কাৰ কৰাত সহায় কৰে আৰু ফেটি লিভাৰৰ বিৰুদ্ধে যুঁজাত সহায় কৰে। দৈনিক সীমিত পৰিমাণত গ্ৰীণ টি খোৱাটো উপকাৰী।

গ্ৰীণ টি 

দিনটোত ১ৰ পৰা ২ কাপ চাহ পাতল গাখীৰৰ সৈতে খাব পাৰে। চেনি, ক্ৰীম বা গাখীৰ বেছিকৈ দিব নালাগে। গ্ৰীণ টি  বা ভেষজ চাহ খাব। যদি আপোনাৰ ফেটি লিভাৰ আছে তেন্তে চিকিৎসকৰ পৰামৰ্শ অনুসৰি চাহ খাব।

কি কৰিব

চাবলৈ ক্লিক কৰক 

 ৰক্তচাপ নিয়ন্ত্ৰণৰ উপায়