6 July 2025
TV9 ASSAM
Photos Credit: Getty Images
অত্যধিক ফোন ব্যৱহাৰৰ বাবে চকুৰ ৰোগ বাঢ়িছে। মোবাইলৰ অত্যধিক ব্যৱহাৰৰ বাবে এটা সাধাৰণ ৰোগ হয় যাক মাই’পিয়া বোলা হয়।
মোবাইল অত্যধিক ব্যৱহাৰৰ ফলত হোৱা চকুৰ ৰোগ আৰু ইয়াৰ প্ৰাৰম্ভিক লক্ষণৰ বিষয়ে জনোঁ আহক।
বিৰতি নোহোৱাকৈ মোবাইল চোৱাৰ ফলত চকুত বিৰক্তি, গধুৰতা আৰু ক্লান্তি অনুভৱ হয়। ইয়াক ডিজিটেল আই ষ্ট্ৰেইন বোলা হয়।
চকুৰ আৰ্দ্ৰতা নাইকিয়া হ’বলৈ আৰম্ভ কৰে। ইয়াৰ ফলত চকু শুকান, চেঁচা আৰু ৰঙা হ’ব পাৰে।
মোবাইলৰ পৰা নিৰ্গত হোৱা নীলা পোহৰ পোনপটীয়াকৈ ৰেটিনাত পৰে। ইয়াৰ ফলত চকুৰ কোষবোৰ ক্ৰমান্বয়ে ধ্বংস হ’বলৈ আৰম্ভ কৰে।
মোবাইল অত্যধিক ব্যৱহাৰ কৰা ফলত শিশু আৰু যুৱক-যুৱতীৰ ক্ষেত্ৰত মাইঅ’পিয়া বৃদ্ধি পাইছে। কম বয়সৰ পৰাই চশমা পিন্ধিবলগীয়া হ’ব পাৰে।
এই সমস্যা ৰোধ কৰিবলৈ বিশেষকৈ শিশুৰ বাবে মোবাইল চোৱাৰ সময় সীমিত কৰক। মোবাইলত নাইট মোড বা নীলা লাইট ফিল্টাৰ ব্যৱহাৰ কৰক।
পঢ়িবলৈ ক্লিক কৰক