খালী পেটেৰে মৰ্ণিং ৱাক কৰিলে নকৰিব এই চাৰিটা ভুল

13 Oct 2025

TV9 ASSAM

সুস্বাস্থ্যৰ বাবে মৰ্ণিং ৱাকৰ অভ্যাস অত্যন্ত উপকাৰী বুলি কোৱা হয়। কিন্তু মৰ্ণিং ৱাকৰ সময়ত কিছুমান দিশৰ প্ৰতি সদায় লক্ষ্য ৰাখিব লাগে।

মৰ্ণিং ৱাক

খালী পেটেৰে পৰাপক্ষত মৰ্ণিং ৱাক নকৰাই উচিত। পিছে তাৰ পিছতো খালী পেটেৰে মৰ্ণিং ৱাক কৰিলে কিছুমান ভুল কৰাৰ পৰা বিৰত থকা উচিত।

খালী পেট

দেহে পৰ্যাপ্ত পৰিমাণে পানী নাপালে ডিহাইড্ৰেচনৰ সম্ভাৱনা থাকে। তদুপৰি খোজ কাঢ়িলে দেহৰ পৰা যথেষ্ট ঘামো ওলায়। সেয়ে পানী নোখোৱালৈ থাকিব নালাগে।

পানী

খালী পেটত থাকিলে দেহত শক্তিৰ অভাৱ হয় বাবে অধিক দূৰত্বলৈ খোজ কাঢ়িব নালাগে। অন্যথা দেহৰ ক্ষতি হ’ব পাৰে।

অধিক দূৰত্ব

খালী পেটত খোজ কাঢ়িলে দেহত শক্তিৰ অভাৱ হয় বাবেই অধিক বেগেৰে খোজ কঢ়া উচিত নহয়। বেগেৰে খোজ কাঢ়িলে মূৰ ঘূৰোৱা, দুৰ্বলতা আদি হ’ব পাৰে।

অধিক বেগ

খোজ কাঢ়ি উভতাৰ পিছত খাদ্য নোকোৱাকৈ থকাৰ ভুল নকৰিব। শৰীৰে যাতে সঠিক পুষ্টি লাভ কৰে, তাৰ বাবে খোজ কাঢ়ি অহাৰ পিছত উপযুক্ত আহাৰ খাব লাগে।

খাদ্য

পঢ়িবলৈ ক্লিক কৰক 

দেহৰ বিষ নিৰাময় কৰাত সহায়ক মছলা