এইবাৰ শ্বাহৰুখ খানৰ ছবি King ত কণ্ঠদান কৰিব পপ তাৰকা ED Sheeran এ।

19 June 2025

TV9 ASSAM

শ্বাহৰুখ খানৰ আহিবলগীয়া নতুন ছবি কিং এতিয়া চৰ্চাত।

কিং

ছবিখনৰ লগত জড়িত নতুন নতুন আপডেট প্ৰতিদিনে আহি আছে।

আপডেট

নতুন তথ্যনুসৰি শ্বাহৰুখে জে'লৰ চিকুৱেন্স শ্বুটিং কৰিব।

আপডেট

ইয়াৰ মাজতে পপ তাৰকা ED Sheeran ৰ এটা কমেন্টক লৈ সামাজিক মাধ্যমত হৈছে চৰ্চা।

ছবিখনৰ আপডেট

পপ তাৰকা ED Sheeran এ জনাই যে তেওঁ কিঙৰ বাবে হিন্দী গান ৰেকৰ্ড কৰিছে।

আপডেট

তেওঁ কয়, এয়া শ্বাহৰুখৰ ছবিৰ অংশ। ই পঞ্জাৱী Sapphire ৰ আধাৰত।

নতুন গান

অৰজিৎ সিঙো থাকিব লগত। ইয়াৰ পিছতে উৎফুল্লিত হৈ পৰিছে অনুৰাগী।

অৰজিৎ

চাবলৈ ক্লিক কৰক 

২০ জুনত বিষ্ণু ৰাভা দিৱস