দশমীৰ পাছতে ভাল দিন আহিব এই ৰাশিৰ লোকৰ

15 Sept 2025

TV9 ASSAM

জ্য়োতিষ শাস্ত্ৰত শনি দেৱক ন্যায়ৰ দেৱতা বুলি কোৱা হয়। গ্ৰহৰ ভিতৰত শনিক সবাকতোকৈ শক্তিশালী বুলি কোৱা হয়। যিয়ে মানুহৰ ভাল-বেয়া কামৰ উচিত ফল প্ৰদান কৰে।

জ্যোতিষ শাস্ত্ৰ

বৰ্তমান শনি মীন ৰাশিত বক্ৰী অৱস্থাত আছে আৰু ২০২৭ ৰ জুনলৈ ইয়াতে থাকিব। অৱশ্যে দশমীৰ পাছত শনিয়ে নক্ষত্ৰ পৰিবৰ্তন কৰিব। যাৰ প্ৰভাৱ ১২ টা ৰাশিৰ ওপৰত পৰিব।

শনি

এই সময়ত শনি গ্ৰহ উত্তৰাভদ্ৰপদ নক্ষত্ৰত আছে আৰু ৩ অক্টোবৰত পূৰ্বভদ্ৰপদ নক্ষত্ৰত প্ৰৱেশ কৰিব। জ্যোতিষ শাস্ত্ৰ অনুসৰি, এই পৰিবৰ্তনে কিছুমান ৰাশিৰ জীৱনলৈ উন্নতি লৈ আহিব।

শনি

এই পৰিবৰ্তন কৰ্কট ৰাশিৰ লোকৰ বাবে শুভ। পৰিয়ালৰ সৈতে ভাল সময় কটাব। আৰ্থিক স্থিতি ভাল হ'ব। জীৱনলৈ সুখ আহিব। ভাগ্যই লগ দিব। দাম্পত্য জীৱন ভাল হ'ব। কামত অগ্ৰগতি লাভ কৰিব। নতুন আয়ৰ বাট খোল খাব।

কৰ্কট 

এই ৰাশিৰ লোকৰ বাবে এই পৰিবৰ্তন সুখ কঢ়িয়াই আনিব। আৰ্থিক সমস্যাৰ পৰা পৰিত্ৰাণ লাভ কৰিব। ব্যৱসায়ত ডাঙৰ লাভ হোৱাৰ সম্ভাৱনা। বিদেশ যাত্ৰাৰ যোগ আছে। বিনিয়োগৰ পৰা লাভ হ'ব।

কুম্ভ

এই পৰিবৰ্তন এই ৰাশিৰ বাবে লাভদায়ক হ'ব। ভাগ্যই লগ দিব। ব্যৱসায়ত লাভ হ'ব। দাম্পত্য জীৱন সুখৰ হ'ব। সমাজত সন্মান লাভ কৰিব। চাকৰি কৰাসকলে পদোন্নতি লাভ কৰিব পাৰে। আৰ্থিক উন্নতি হ'ব।

মীন

এই লেখাটো ধৰ্মীয় মান্যতা আৰু বিশ্বাসৰ ভিত্তিত লিখা হৈছে। ইয়াৰ সত্যাসত্যৰ সৈতে টিভি৯ অসমৰ কোনো সম্পৰ্ক নাই।

গুৰুত্বপূৰ্ণ

d

নেপালত মুছলিম জনসংখ্যা