ঠাণ্ডাৰ দিনত ছাল হৈ পৰিব উজ্বল, কৰক এই কাম

8  December, 2024 

TV9 ASSAM

ঠাণ্ডাৰ দিনত ছাল শুকান হৈ যোৱাৰ ফলত উজ্বলতা কমি যায় আৰু ছালৰ লগত জড়িত অন্য সমস্যাৰ সৃষ্টি হ'বলৈ আৰম্ভ কৰে।

শুকান ছাল

ঠাণ্ডাৰ দিনত ছালৰ উজ্বলতা কেনেকৈ বৃদ্ধি কৰিব?  এনে কিছুমান টিপচ আছে যাৰ ফলত আপোনাৰ ছালৰ উজ্বলতা বৃদ্ধি পোৱাৰ লগতে ছাল ধুনীয়া হৈ পৰে।

কেনেকৈ কৰিব উজ্বল

ঠাণ্ডাৰ দিনত ছাল সদায় মইচৰাইজ কৰি ৰাখিব লাগে। আপুনি ছালত মইচৰাইজাৰ ব্যৱহাৰ কৰাৰ লগতে নাৰিকল তেলো ব্যৱহাৰ কৰিব পাৰে।

মইচৰাইজ

ঠাণ্ডাৰ দিনত সপ্তাহত ১- ২ দিন ছালত ক্ৰাবৰ ব্যৱহাৰ কৰিব লাগে যাতে ছালত সোমাই থকা ডেড ছেল বাহিৰ হয়। ইয়াৰ ফলত ছালৰ উজ্বলতাও আহে।

ক্ৰাব

ছিয়া বাটাৰ, এবোকাডো আৰু এলোভেৰাৰ দৰে প্ৰাকৃতিক বস্তু আপুনি ফেচ মাস্কৰ দৰে ব্যৱহাৰ কৰে। ইয়ে ছালক পুষ্টিকৰ উপাদানৰ যোগান ধৰে।

ফেচ মাস্ক

ঠাণ্ডাৰ দিনত খাদ্যৰ ওপৰতো গুৰুত্ব দিব লাগে। সেউজীয়া শাক পাচলি, মাছ, এবোকাডো, বাদাম আদি খালে ছালৰ শুকান ভাব কম হয় আৰু উজ্বলতা আহে।

খাদ্য

ছালৰ সৌন্দৰ্যৰ বাবে ভাল টোপনি আৱশ্যক। প্ৰতিদিনে নিশা ৭-৮ ঘন্টা শুলে ছাল ভাল হয়, চকুৰ তলৰ দাগ নোহোৱা হয় বা আন সমস্যা কম হয়।

ভাল টোপনি

পঢ়িবলৈ ক্লিক কৰক 

চুলিত এনেদৰে ব্যৱহাৰ কৰক এলোভেৰা