27 AUG 2025
TV9 ASSAM
পাষ্টিক আধুনিক যুগৰ এক অংশ হৈ পৰিছে। পাকঘৰৰ পৰা আৰম্ভ কৰি পানী খোৱা বটলটোলৈ, সকলোতে প্লাষ্টিকৰ সামগ্ৰী ব্যৱহাৰ কৰা দেখা যায়।
বহুতে প্লাষ্টিকৰ বটলত পানী খোৱা দেখা যায়। কিন্তু ই অতি বেয়া। প্লাষ্টিকৰ বটলত বিস্ফেনাল এ আৰু ফথলেটছ থাকে। যি পানীৰ জৰিয়তে শৰীৰত প্ৰৱেশ কৰে।
গৰ্ভৱতী মহিলাৰ বাবে প্লাষ্টিকৰ ব্যৱহাৰ বেয়া। ইয়াৰ ফলত বৃক্ক, যকৃত আনকি পাচন প্ৰক্ৰিয়াতো প্ৰভাৱ পৰিব পাৰে। ইয়াৰ সলনি গৰ্ভৱতী মহিলাই মাটি, তামৰ বস্তু ব্যৱহাৰ কৰিব লাগে।
প্লাষ্টিকৰ ব্যৱহাৰৰ ফলত ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়। প্লাষ্টিকৰ বটলত বিস্ফেনাল এ কেমিকেল থাকে। যিয়ে হৃদযন্ত্ৰৰ লগতে ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে।
কৰ্কট ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰাৰ এক ডাঙৰ কাৰণ প্লাষ্টিকৰ ব্যৱহাৰ। ই মস্তিষ্কৰ কৰ্কট ৰোগৰ সম্ভাৱনাও বৃদ্ধি কৰে। গতিকে প্লাষ্টিকৰ বটলত পানী খোৱা বা ব্যৱহাৰ কৰা বেয়া।
পানীৰ বটল ব্যৱহাৰ কৰাৰ ফলত উচ্চ ৰক্তচাপৰ সমস্যা বৃদ্ধি পাব পাৰে। গতিকে যিমান পাৰি প্লাষ্টিকৰ সামগ্ৰী ব্যৱহাৰ বা বটলত পানী খোৱাৰ পৰা বিৰত থাকিব লাগে।
ইয়াৰোপৰি প্লাষ্টিকত থকা হানিকাৰক পদাৰ্থই যকৃত, হৃদযন্ত্ৰ আদিৰ সম্ভাৱনা বৃদ্ধি হয়। ইয়াৰোপৰি ই শৰীৰত মাইক্ৰোপ্লাষ্টিকছ জমা কৰে। ই ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল কৰে।
পঢ়িবলৈ ক্লিক কৰক