28 AUG 2025
TV9 ASSAM
আমাৰ শৰীৰ বাবে পানী অতি গুৰুত্বপূৰ্ণ। ই মানুহক স্বাস্থ্যবানৰ লগতে হাইড্ৰেট কৰি ৰাখে। শৰীৰ সুস্থ ৰাখিবলৈ প্ৰতিদিনে পৰ্যাপ্ত পৰিমাণৰ পানী খাব লাগে।
সাধাৰণতে যেতিয়া আমাৰ পিয়াহ লাগে তেতিয়া পানী খাওঁ। কিন্তু যদি ভুলকৈ পানী খোৱা যায় তাৰ ফলত সমস্যাৰো সৃষ্টি হ'ব পাৰে। প্ৰস্ৰাৱৰ লগে লগে পানী খালে কি হয় জানেনে?
প্ৰস্ৰাৱ কৰাৰ লগে লগে পানী খাব নালাগে। ই আমাৰ শৰীৰত বেয়া প্ৰভাৱ পেলায়। কিছু সময়ত পাছত অৱশ্যে খাব পাৰে।
যদি আপুনি প্ৰস্ৰাৱৰ কৰি উঠাৰ একদম পাছতেই পানী খাই তেন্তে বৃক্কৰ লগত জড়িত সমস্যা হ'ব পাৰে। আনকি বৃক্কত পাথৰ পৰ্যন্ত হ'ব পাৰে।
প্ৰস্ৰাৱৰ সময়ত সমগ্ৰ প্ৰক্ৰিয়া বৃক্ক আৰু ব্লেডাৰৰ সৈতে জড়িত। যাৰ বাবে বৃক্কত প্ৰভাৱ পৰিব পাৰে।
প্ৰস্ৰাৱ কৰাৰ পাছত ইউৰিন থকা অংশ খালী হৈ থাকে। তাত কিছুমান কম্পোনেন্ট ৰৈ যায়। যি প্ৰস্ৰাৱত বাহিৰ হ'ব নোৱাৰে। গতিকে লগে লগে পানী খালে কম্পোনেন্ট পানীত মিহলি নহয় আৰু পাথৰ হোৱাৰ আশংকা বাঢ়ে।
প্ৰস্ৰাৱ কৰাৰ লগে লগে পানী খালে বৃক্কৰ সংক্ৰমণৰ আশংকাও বৃদ্ধি পায়। যাৰ বাবে প্ৰস্ৰাৱ কৰি উঠাৰ ১৫-২০ মিনিট পাছত পানী খাব লাগে।
পঢ়িবলৈ ক্লিক কৰক