আৰ্থিক উন্নতিৰ বাবে কৰক এই কাম...

28   AUG 2025

TV9 ASSAM

ব্ৰহ্ম মুহূৰ্ত পুৱতি নিশা ৪ হজাৰ পৰা ৫.৩০ বজালৈ। এই সময়খিনি অতি শুভ বুলি কোৱা হয়। সনাতন ধৰ্মত এই সময়খিনিত বহুত মহত্ব আছে। ইযাক অক্ষয় মুহূৰ্ত বুলিও কয়।

ব্ৰহ্ম মুহূৰ্ত

এই সময়চোৱাত মা লক্ষ্মীৰ কৃপা লাভ কৰাৰ বাবে সঠিক সময় বুলি কোৱা হয়। এই সময়চোৱাত কিছুমান কাম কৰিলে জীৱনত ধন, সুখ-সমৃদ্ধি আহে বুলি কয়।

লক্ষ্মী

পুৱা উঠি হাতযোৰ কৰি ভগৱানৰ নাম ল'ব আৰু গায়ত্ৰী মন্ত্ৰ জপ কৰিব। ইয়াৰ ফলত আপোনাৰ ভাগ্য সলনি হ'ব পাৰে বুলি মান্যতা আছে।

কি কৰিব

এই সময়চোৱাত গায়ন্ত্ৰী মন্ত্ৰ “ওঁ ভূর্ভুবঃ স্বঃ তৎ সবিতুর্বৰেণ্যং ভর্গো দেবস্য ধীমহি ধিয়ো য়ো নঃ প্রচোদয়াৎ।” ১১ বা ১০৮ বাৰ জপ কৰা শুভ বুলি কোৱা হয়।

কি কৰিব

ইয়াৰোপৰি ভগৱান শিৱৰ ধ্যান কৰি ওমঃ মন্ত্ৰ জপ কৰিব পাৰে। ইয়াৰ ফলত মন শান্ত হোৱাৰ লগে ইশ্বৰৰ আশীৰ্বাদ লাভ কৰা যায়।

আৰু

ইয়াৰোপৰি এই সময়ত ধ্যান, প্ৰণায়ম আৰু মা লক্ষ্মীৰ মন্ত্ৰ ''ওমঃ শ্ৰীং হ্ৰিং শ্ৰীং কমলে কমলালয়ে প্ৰসীদ প্ৰসীদ ওম শ্ৰীং হ্ৰিং শ্ৰীং মহালক্ষ্ময়য়ে নমঃ মন্ত্ৰ জপ কৰিব পাৰে।

মা লক্ষ্মী

এই সময়ত খাদ্য গ্ৰহণ নকৰিব। ইয়াৰোপৰি নকৰাত্মক চিন্তা, কঠোৰ শব্দ, বেয়া কাম, ধনৰ আদান প্ৰদান আদি কৰিব নালাগে। 

কি নকৰিব

পঢ়িবলৈ ক্লিক কৰক

প্লাষ্টিকৰ বটলৰ পৰা কি ৰোগ হয়